আঞ্চলিক সংবাদ

July 18, 2024 12:28 PM

views 16

মঙলদৈত থলুৱা প্ৰজাতিৰ মাছৰ বাণিজ্যিক ভিত্তিত গুণগত উৎপাদনৰ লক্ষ্যৰে প্ৰশিক্ষণ কাৰ্যসূচী

ৰাষ্ট্ৰীয় মীন পালন বিকাশ পৰিষদৰ উদ্যোগত আৰু দৰং জিলা মীন উন্নয়ন বিভাগৰ সহযোগত মাগুৰ, পাভ, পুঠি আদি থলুৱা প্ৰজাতিৰ মাছৰ বাণিজ্যিক ভিত্তিত গুণগত উৎপাদনৰ লক্ষ্যৰে অসমৰ লগতে ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মীন পালকৰ বাবে মঙলদৈত কালিৰে পৰা তিনিদিনীয়াকৈ এটা প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্...

July 17, 2024 9:00 PM

views 20

দেশত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত

দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্ৰটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১ শতাংশ বাল্য ব...

July 17, 2024 8:58 PM

views 26

দৰং জিলাৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ

দৰং জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰীয় গুণগত মান নিশ্চিতকৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এই বিশেষ স্বীকৃতি লাভ কৰা আৰোগ্য মন্দিৰ তিনিটা হৈছে- পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ...

July 17, 2024 8:56 PM

views 21

মৰিগাঁৱত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সন্দৰ্ভত প্ৰশিক্ষণ-কর্মশালা

সমগ্র শিক্ষা অভিযান তথা মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সন্দৰ্ভত প্ৰশিক্ষণ আৰু কর্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ১৫২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে এই কর্মশালাত অংশগ্ৰহণ কৰে। কর্ম...

July 17, 2024 8:55 PM

views 23

অসম-মিজোৰাম সীমান্তৰ কাছাৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলীত ৩জন উগ্ৰপন্থী সদস্য নিহত

অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ ভুৱনপাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাত যোৱা নিশা ৩জন উগ্ৰপন্থী সদস্যৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে, কালি বিয়লি কাছাৰৰ ধলাইৰ গংগানগৰত আৰক্ষীয়ে বন্দুকসহ ৩ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। নিশা ধৃত ৩ জন উগ্রপন্থীক লৈ উগ্...

July 17, 2024 8:53 PM

views 17

গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত ট্রান্সফৰ্মাৰ বিস্ফোৰণ হৈ ৪জন লোক আহত

গুৱাহাটী মহানগৰীৰ বিৰুবাৰী আৰক্ষী চকীৰ সমীপত ট্রান্সফৰ্মাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত ৪ জন লোক আহত হৈছে। বিৰুবাৰীৰ পৰা বকোলৈ ওভতাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাহনত উঠিবলৈ লওঁতেই ঘৰৰ চৌহদত থকা ট্রান্সফর্মাৰৰ বিস্ফোৰণ ঘটে। আহত লোককেইজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যাল...

July 17, 2024 8:52 PM

views 26

ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানী হ্ৰাস পাইছে, এতিয়াও ১৬খন জিলাৰ এহেজাৰৰো অধিক গাঁও বানৰ কবলত

ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানী হ্ৰাস পাইছে যদিও এতিয়াও ১৬ খন জিলাৰ ৪৯টা ৰাজহ চক্ৰৰ এহেজাৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ৪ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ১২২ টা আশ্রয় শিবিৰত ১৫ হাজাৰৰো অধিক লোকে এতিয়াও আশ্ৰয় লৈ আছে। কোনো কোনো অঞ্চলত পানী শুকুওৱাৰ পাছত জনসাধা...

July 17, 2024 8:50 PM

views 23

মৰিগাঁৱৰ জাগীৰোডত স্থাপন হ’বলগীয়া টাটা গ্ৰুপৰ ছেমিকনডাক্টৰ ইউনিটৰ অহা ৩ আগষ্টত ভূমিপূজন

মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হবলগীয়া টাটা গ্ৰুপৰ চেমিকনডাক্টৰ ইউনিটৰ অহা ৩ আগষ্টত ভূমি পূজন কৰা হব। জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই আজি এই সন্দৰ্ভত জনতা ভৱনত টাটা গ্রুপৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ভূমি পূজন অনুষ্ঠানৰ কাৰ্যসূচী সন্দৰ্ভত সকলো দিশ সামৰি এই বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্...

July 17, 2024 8:49 PM

views 18

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে ৰাজ্যৰ স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে ল...

July 17, 2024 8:48 PM

views 21

ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, দেৰগাঁৱত এজনৰ মৃত্যু

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। শেহতীয়াকৈ এই ৰোগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন লোকৰ মৃত্যু হয়। কর্মসূত্ৰে নুমলীগড়ত বাস কৰা লোকজনে কিছুদিনৰ পূৰ্বৰ পৰা তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।