June 22, 2024 12:29 PM June 22, 2024 12:29 PM
15
ৰাজ্যৰ ১৯ খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩২৫ খন গাঁও বানৰ কবলত
ৰাজ্যত বানপৰিস্থিতিৰ অধিক অৱনতি হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত ১৯খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত এহেজাৰ ৩২৫খন গাঁও বানৰ কবলত পৰিছে। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বাক্সাকে ধৰি মুঠ ১৯খন জিলাৰ ৩লাখ ৯০ ...