June 23, 2024 7:30 PM June 23, 2024 7:30 PM
10
গোলাঘাটত শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
সদৌ অসম ৰবিদাস সন্মিলন, গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা অখিল ভাৰতীয় ৰবিদাসীয় ধর্ম সংগঠনৰ সহযোগত আজি নুমলীগড়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰবিদাস সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। এই সম্বর্ধনা অনুষ্ঠানত কেবিনেট মন্ত্রী অতুল ব...