July 23, 2024 9:54 AM
27
ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি
ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত হোৱা ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ শাস্তিৰ ম্যাদ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে এ পি এছ ...