আঞ্চলিক সংবাদ

July 25, 2024 10:42 AM

views 24

ৰাজ্যৰ বিভিন্ন জিলাত নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 25, 2024 10:37 AM

views 26

তেজপুৰৰ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল

ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা নিৰ্দেশযোগে তেজপুৰৰ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বেংকটোৱে আজিৰে পৰা কোনো ধৰণৰ সেৱা বা ব্যৱসায় কৰিব নোৱাৰিব। তদুপৰি অসম সমবায় সমিতিৰ পঞ্জীয়কক এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিবলৈ ৰিজাৰ্ভ বেংকে নির্দেশ দিছে।

July 25, 2024 10:31 AM

views 21

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাংসদ গৌৰৱ গগৈৰ সাক্ষাৎ

যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে কালি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰে। সংসদত চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতিৰ বিষয়ে আলোচনা কৰে। আলোচনা কালত সাংসদগৰাকীয়ে যোৰহাটৰ পৰা জাঁজীলৈ আৰু ডিব্ৰুগড়ৰ পৰা...

July 25, 2024 10:22 AM

views 30

ৰাজ্যৰ জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমন হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাওঁ জিলাত বানৰ পাছতে কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনত ৩ জন লোকৰ জাপানীজ এনচেফেলাইটিছ আৰু এনে ধৰণৰ ৰোগৰ ফলত মৃত্যু হৈছে। লোককেইজন ৰাজামণি মেধী, ভৱকান্ত নাথ আৰু...

July 25, 2024 10:18 AM

views 29

কেন্দ্ৰীয় ৰেল, শিক্ষা আৰু পথ পৰিবহন মন্ত্ৰীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লী ভ্ৰমণৰ সময়ছোৱাত কালি কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে। অসমৰ ৰেল সংযোগ উন্নত কৰাৰ লগতে ৰেল উৎপাদনকাৰী গোট স্থাপনৰ সম্ভাৱনীয়তা অন্বেষণ কৰি আলোচনাত মিলিত হয়। কামাখ্যাৰ পৰা অযোধ্যাৰ মাজত পোনপটীয়া ৰেল যোগাযোগ আৰম্ভ কৰা, বাংলাদেশ হৈ বৰাক উপত্যক...

July 25, 2024 10:12 AM

views 20

কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শৈক্ষিক স্থিতি সন্দৰ্ভত  শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা বৈঠক  

ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শিক্ষাৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যালোচনা সভাত ভাগ লয়। জিলা তিনিখনৰ বিদ্যালয়সমূহৰ বিগত তিনিবছৰীয়া শৈক্ষিক স্থিতি, গুণোৎসৱৰ ফলাফল, আন্তঃগাঁথনি আদি ভিন্ন দিশৰ বিষ...

July 25, 2024 10:09 AM

views 19

বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০,৩৭৬ কোটি টকা আবণ্টনঃ অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লখণ্ডৰ উন্নয়নৰ বাবে ১০, ৩৭৬ কোটি টকা আবণ্টন দিয়া হৈছে।  উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰে'ল মন্ত্ৰী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ৭৪,৯৭২ কোটি টকা বিনিয়োগেৰে ১৮টা ৰে'লৱে প্ৰ...

July 24, 2024 8:02 PM

views 19

লোকসভা-ৰাজ্যসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কর্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে, দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই...

July 24, 2024 7:56 PM

views 19

কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ ৩৭৬ কোটি টকা আবণ্টনঃ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লখণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ ৩৭৬ কোটি টকা আবণ্টন দিয়া হৈছে। আজি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰে'ল মন্ত্ৰী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ৭৪ হাজাৰ ৯৭২ কোটি টকা বিনিয়োগেৰে ১...

July 24, 2024 7:54 PM

views 19

অসমৰ বান-খহনীয়া সমস্যাৰ বাবে ১ লাখ কোটি টকা আবণ্টনৰ দাবীৰে বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ বদৰুদ্দিন আজমলৰ পত্ৰ

অসমৰ বান আৰু খহনীয়া সমস্যাৰ বাবে ১ লাখ কোটি টকা আৰু দেশৰ সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৫ হাজাৰ কোটি টকা আবণ্টন দিবলৈ দাবী জনাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে আজি বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত আজমলে কয় যে বাজেট ভাষণত বান ব্যৱস্থাপনাৰ বাবে অসমক সাহায্য প্ৰদানৰ প্ৰতিশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।