আঞ্চলিক সংবাদ

July 26, 2024 12:13 PM

views 14

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সপ্তম পথ সুৰক্ষা সমিতিৰ সভা

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত কালি সপ্তম পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাৰ আৰম্ভণিতে বিভিন্ন বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু বৰ্তমানৰ পথ সুৰক্ষা ব্যৱস্থা তথা ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে পর্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে দুর্ঘটনা প্রবল অঞ্চলসমূহ চিনাক্ত কৰি ইয়াৰ ...

July 26, 2024 12:09 PM

views 10

কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত ‘সবৰ হৃদয়ৰ ৰবীন্দ্ৰনাথ’ শীৰ্ষক কবি প্রণাম কাৰ্যসূচী

কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত কালি সবৰ হৃদয়ৰ ৰবীন্দ্ৰনাথ শীৰ্ষক কবি প্রণাম কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনে ৰবীন্দ্ৰনাথ কেৱল বাঙালীৰ হৃদয়তে নহয় সকলো ভাৰতীয় হৃদয়ত আছে। তেওঁৰ দ্বাৰা ৰচিত ভাৰতৰ জাতীয় সংগীত বি...

July 26, 2024 12:07 PM

views 25

তেজপুৰ মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশন আৰু প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

তেজপুৰ মহিলা সমিতি বাৰ্ষিক অধিৱেশন আৰু সমিতিৰখনৰ প্ৰয়াত প্ৰাক্তন সভানেত্ৰী তথা নাৰী সৱলীকৰণৰ অন্যতম নেত্রী মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে মীনা আগৰৱালা স্মৃতি ভৱনত পুৱা প্ৰয়াত আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে তেজপুৰ জিলা মহিলা...

July 25, 2024 8:30 PM

views 19

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কার্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 25, 2024 7:06 PM

views 17

বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে পীযূষ হাজৰিকাৰ আজি পর্যালোচনা বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ লক্ষ্যৰে অনুমোদিত কামসমূহ নিৰ্ধাৰিত সময়ত প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অভিনৱ কৌশল তথা প্ৰযুক্তিৰ সহায়ত কামসমূহ পূৰ্বতকৈ কিদৰে ...

July 25, 2024 8:32 PM

views 26

দিনজোৰা কাৰ্যসূচীৰে বৰপেটা জিলা ভ্ৰমণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ কৰি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। আজি দিনজোৰা কাৰ্যসূচীৰে বৰপেটা ভ্ৰমণ কৰা ৰাজ্যপাল শ্ৰীকাটাৰীয়াই সংবাদ মাধ্যমৰ ওচৰত এই মন্তব্য কৰে। তেওঁ কয় যে, প্ৰতিগৰাকী লোকে যাতে নিজৰ ভৰিত নিজে ...

July 25, 2024 8:34 PM

views 23

কাইলৈৰ পৰা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। ২৩৫টা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত দুহেজাৰ ৮৯৮গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত দুহেজাৰ ৮২১গৰাকী প্ৰ...

July 25, 2024 6:33 PM

views 23

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা

তিনিচুকীয়া জিলাত অহা ১ আগষ্টত হ'বলগীয়া অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে। আজি জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী, পেঙেৰিত থকা বন বিভাগৰ নাৰ্চাৰী পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে এইবাৰ জিলাখনত বৃহৎ ...

July 25, 2024 5:48 PM

views 15

নিতিন গাডকাৰীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ

যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে কালি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰে। সংসদত চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতিৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত সাংসদগৰাকীয়ে যোৰহাটৰ পৰা জাঁজীলৈ আৰু ডিব্ৰুগড়ৰ পৰা ...

July 25, 2024 6:31 PM

views 27

শিৱসাগৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

ব’লবম উৎসৱৰ নামত একাংশই সৃষ্টি কৰা বিশৃংখল পৰিৱেশ, অসহনীয় উচ্চ প্রাবল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰ আদিৰ লগতে শিক্ষানুষ্ঠান, চিকিৎসালয়, ন্যায়ালয় আদিৰ কামত বাধাৰ সৃষ্টি হোৱা পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা আয়ুক্তই সমগ্ৰ জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।