আঞ্চলিক সংবাদ

July 27, 2024 11:57 AM

views 17

নীট-ইউজিৰ চূড়ান্ত, পুনৰ সংশোধিত ফলাফল ঘোষণা

নেচনেল টেষ্টিং এজেন্সি (এন টি এ)য়ে কালি নীট-ইউজিৰ চূড়ান্ত, পুনৰ সংশোধিত ফলাফল ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি ১৭ গৰাকী শিক্ষার্থীয়ে শীর্ষস্থান দখল কৰিছে। পৰীক্ষাত অৱতীৰ্ণ পৰিক্ষাৰ্থীসকলে এন টি এৰ অফিচিয়েল ৱেবছাইটত ফলাফল আৰু নম্বৰ চাব পাৰিব।

July 26, 2024 7:54 PM

views 19

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমৰ কেইবাখনো জিলাত অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কার্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 26, 2024 7:50 PM

views 25

বিভিন্ন বিভাগত ৪৬৫ গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্রীৰ নিযুক্তি পত্ৰ প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চৰকাৰে অব্যাহত ৰখা এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্ৰাক এখোজ আগুৱাই ৪৬৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই প্রার্থীসকলক শিক্ষা, শক্তি আৰু তথ্য-জনসংযোগ, মুদ্ৰণ আৰু ল...

July 26, 2024 7:48 PM

views 362

চৰাইদেউ মৈদাম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক'ৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদে...

July 26, 2024 6:45 PM

views 19

গোলাঘাটত অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত চন্দ্ৰমোহন পাটোৱাৰীৰ পর্যালোচনা সভা

ৰাজ্যৰ পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো আলোচনা কৰি এই বন...

July 26, 2024 6:40 PM

views 26

বঙাইগাওঁত জিলা আয়ুক্ত সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নৱদ্বীপ পাঠক সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। সভাত ৰাজ্যপালগৰাকীয়ে কয় যে সকলো চৰকাৰী বিষয়ববীয়াই যিহেতু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত ক...

July 26, 2024 12:26 PM

views 20

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত অহা ১৫ আগষ্টৰ ভিতৰত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ’বঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিছে। কালি হাইলাকান্দিত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনত অংশগ্ৰহণ কৰি লগতে কয় যে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে অনলাইনযোগ শিক্ষকৰ বদলি প্রক্রিয়...

July 26, 2024 12:24 PM

views 22

আজি অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আৰম্ভ

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আজিৰে পৰা অনুষ্ঠিত হয়। ২৩৫টা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত দুহেজাৰ ৮৯৮গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থীয...

July 26, 2024 12:22 PM

views 15

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দ...

July 26, 2024 12:20 PM

views 15

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েল্টী নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েটি নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়দান কৰিছে। কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন ন-জনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় দান কৰি খনি আৰু খনিজ পদাৰ্থৰ ওপৰত সাংবিধানিক অধিকাৰ ৰাজ্যসমূহৰ থকা বুলি নিশ্চিত কৰে। উল্ল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।