আঞ্চলিক সংবাদ

July 28, 2024 8:25 PM

views 19

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ আৰু প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে লক্ষ্মণপ্রসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ইফালে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপা...

July 28, 2024 7:16 PM

views 29

যোৰহাটত ডিজিটেল জৰীপ ব্যৱস্থা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রস্তুতিমূলক সভা

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ডিজিটেল জৰীপ ব্যৱস্থা, খাৰিফ ২০২৪ সন্দৰ্ভত এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাখনত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তই ডিজিটেল জৰীপ ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। অহা ৩ আগষ্টৰ পৰা জিলাখনত...

July 28, 2024 7:13 PM

views 27

ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি জনতা ভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকাৰৰ তথ্য আৰু ...

July 28, 2024 11:46 AM

views 21

দক্ষিণ শালমাৰা মানকাচৰ জিলাত নিটি আয়োগৰ সম্পূৰ্ণতা অভিযান আৰম্ভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাতো চলিত মাহৰ পৰা সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ জৰিয়তে প্ৰতিখন গাঁৱত ৩০ বছৰৰ উৰ্ধৰ ৭০ হাজাৰ লোকৰ মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগ চিনাক্তৰ বাবে পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি গৰ্ভৱতী মহিলাসকলৰ বাবে 1st ANC Trimster আৰু জন্মৰ পৰা এবছৰ বয়সৰ শিশুক এফ আই চি ...

July 28, 2024 11:42 AM

views 9

গুৱাহাটীৰ খানাপাৰাত শিপিনী আৰু হস্তকলা শিল্পৰ উত্থান শীৰ্ষক দক্ষতা বিকাশ কাৰ্যসূচী

গুৱাহাটী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এশ দিনৰ কাৰ্যসূচীৰ অন্যতম কেন্দ্ৰীয় হস্ততাঁত মন্ত্ৰালয়ৰ অধীনৰ “শিপিনী আৰু হস্তকলা শিল্পৰ উত্থান” শীৰ্ষক দক্ষতা বিকাশ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় হস্ততাঁত আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ ...

July 28, 2024 11:23 AM

views 25

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত উপস্থিত থকা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক দল-সংগঠনৰ আদৰণি

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত অংশ লোৱা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক একাধিক দল-সংগঠনে আদৰণি জনায়। চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰই আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ বিৰল ক্ষণৰ সাক্ষী হ'বলৈ দিল্লীত বাহৰ পাতি থকা বিধায়কগৰাকী কালি চৰাইদেউত উপস্থিত হয়। মৈদাম ক্ষেত্...

July 28, 2024 11:20 AM

views 27

eshram.gov.in প’ৰ্টেলত প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ৩ আগষ্ট

ৰাজ্য চৰকাৰে ২০২১ চনৰ আগষ্টৰ পৰা ২০২৩ চনৰ আগষ্টলৈ eshram.gov.in প'ৰ্টেলত পঞ্জীয়নভুক্ত ৰাজ্যৰ প্ৰব্ৰজিত শ্রমিকসকললৈ বিশেষ সুবিধা আগবঢ়াইছে। প্রব্রজিত শ্রমিকসকলে নতুন ৰেচন কার্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নির্দিষ্ট প্ৰ-পত্র সম্পূর্ণ তথ্যসহ পূৰণ কৰি জমা দিব লাগিব। এই ক্ষেত্ৰত আৱেদনকাৰী...

July 28, 2024 11:16 AM

views 18

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্রী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয...

July 28, 2024 11:13 AM

views 14

নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহনা যুগোৱা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। সামাজিক মাধ্যমযোগে শ্রীশর্মাই অসম দ্রুতগতিত বিকশিত হোৱা ৰাজ্যসমূহৰ...

July 28, 2024 11:06 AM

views 31

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকী ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি জনতাভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।