আঞ্চলিক সংবাদ

June 29, 2024 12:49 PM June 29, 2024 12:49 PM

views 12

বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত

কৃষি বিভাগৰ দ্বাৰা বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে কালি অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ৰাজ্যিক ন’ডেল বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটোৱে জিলাখনৰ কৃষি পদ্ধতিৰ মূল্যাংকন আৰু জিলাখনৰ বিভিন্ন প্ৰান্...

June 29, 2024 12:46 PM June 29, 2024 12:46 PM

views 7

১৪ ডিচেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল এন আই এৰ

এন আই এ-য়ে যোৰহাট লিচুবাৰী সেনা শিবিৰৰ সমীপত বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল কৰিছে। কিন্তু এই অভিযোগনামাত দোষী সাব্যস্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া তিতাবৰৰ দিপাংকৰ গগৈৰ নাম নথকাত স্থানীয় ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে। ভুৱা গোচৰত তিতাবৰৰ যুৱক দিপাংকৰ গগৈক নি...

June 29, 2024 12:39 PM June 29, 2024 12:39 PM

views 11

আজিৰে পৰা তিনিদিনীয়াকৈ যোৰহাট জিলা দিৱস উদযাপন

যোৰহাট জিলা প্ৰশাসনে আজিৰে পৰা তিনিদিনীয়াকৈ যোৰহাট জিলা দিৱস উদযাপন কৰিবলৈ লৈছে। আজি পুৱা যোৰহাট জিলা দিৱসৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ ছাফাই অভিযানেৰে হয়। পুৱা নগৰখনৰ বিভিন্ন বাটপথ ছাফাই কর্মীসকলে পৰিষ্কাৰ কৰে।

June 28, 2024 8:14 PM June 28, 2024 8:14 PM

views 10

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাত...

June 28, 2024 8:02 PM June 28, 2024 8:02 PM

views 24

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰা...

June 28, 2024 7:57 PM June 28, 2024 7:57 PM

views 10

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শা...

June 28, 2024 7:51 PM June 28, 2024 7:51 PM

views 8

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎ‍সালয়খনৰ কামকাজৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যম...

June 28, 2024 7:44 PM June 28, 2024 7:44 PM

views 13

কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই ...

June 28, 2024 6:48 PM June 28, 2024 6:48 PM

views 13

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰ...

June 28, 2024 6:45 PM June 28, 2024 6:45 PM

views 15

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ আলোচনা

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত আজি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে এখন আলোচনা অনুষ্ঠিত হয়। এই বৈঠকত এয়াৰ ইণ্ডিয়া এক্সপ্রেছে গুৱাহাটীৰ পৰা অতি শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ ক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।