আঞ্চলিক সংবাদ

July 30, 2024 7:14 PM

views 15

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যৰ শপতগ্ৰহণ

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যই আজি শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্...

July 30, 2024 7:11 PM

views 13

ৰাজ্যৰ ভূতপূৰ্ব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায়

ৰাজ্যৰ ভূতপূৰ্ব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। বৰঝাৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কাৰ্টাৰীয়াক গার্ড অৱ অ'নাৰেৰে বিদায় জনোৱা হয়। পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা কাৰ্টাৰীয়াই অসম এৰাৰ পূৰ্বে অসমৰ জনসাধাৰণে তেওঁক যথেষ্ট মৰম ...

July 30, 2024 7:09 PM

views 24

মুখ্যমন্ত্ৰী ডেছ বৰ্ডত মৰিগাঁও জিলা ষষ্ঠ স্থানলৈ উন্নীত

মৰিগাঁও জিলাই মুখ্যমন্ত্ৰী ডেছ বৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্রী ডেছ ব'ৰ্ডত থকা ১৬টা বিভিন্ন বিভাগৰ কাম-কাজ আৰু সেৱা মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটী অনুষ্ঠিত হোৱা আয়...

July 30, 2024 7:07 PM

views 15

গোলাঘাটৰ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত বান, কেইবাখনো গাঁও প্লাৱিত

দুদিন ধৰি হোৱা নেৰানেপেৰা বষুণৰ ফলত গোলাঘাট জিলাৰ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত বানপানীৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে মেৰাপানীৰ চাংখাতি অঞ্চলৰ কেইখনো গাঁও প্লাৱিত কৰিছে। চাংখাতি, কল্যাণপুৰ, শান্তিপুৰ, গ্লানপুৰ, দয়ালপুৰকে ধৰি কেইবাখনো গাঁও বানত ডুব গৈছে। শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ প...

July 30, 2024 7:05 PM

views 16

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যত স্বাস্থ্য-কৃষি বিভাগৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দ...

July 29, 2024 7:53 PM

views 25

ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়

পাঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়। অধ্যাপক ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰ...

July 29, 2024 7:14 PM

views 18

কাইলৈ অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব

অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই কাইলৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ দুপৰীয়া এই শপতগ্রহণ হ'ব। কাইলৈ শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অস...

July 29, 2024 7:09 PM

views 39

দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী ...

July 29, 2024 6:22 PM

views 26

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘ...

July 29, 2024 6:19 PM

views 22

আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত অস্থায়ী শিবিৰ মুকলি

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নন্দিতা বৰুৱাই শিবিৰটো মুকলি কৰে। শিবিৰ মুকলি কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আয়ু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।