আঞ্চলিক সংবাদ

June 30, 2024 12:12 PM June 30, 2024 12:12 PM

views 16

ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্রিম বানত শোচনীয় পৰিস্থিতি

ডিব্ৰুগড় চহৰত কৃত্রিম বানৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডতে কৃত্রিম বানে শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চহৰখনৰ মূল ৰাজপথকে ধৰি বিস্তীর্ণ অঞ্চল জলমগ্ন হৈছে। বিগত তিনি দিন ধৰি ডিব্ৰুগড় চহৰবাসী জলবন্দী হৈ আছে। ইফালে চহৰৰ মাজমজিয়াত অৱস্থিত আৰক্ষী চাউনীত কৃত্রিম...

June 30, 2024 12:02 PM June 30, 2024 12:02 PM

views 5

যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত বিদ্যালয়ত গ্রন্থদান অভিযান

চলিত যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়তে গ্রন্থদান অভিযান চলোৱা হয়। বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী, ছাত্র-ছাত্রী, অভিভাৱক আদিয়ে বিদ্যালয়ৰ পুথিভঁৰালসমূহলৈ গ্ৰন্থদান কৰে। উল্লেখযোগ্য যে, জিলা...

June 30, 2024 11:59 AM June 30, 2024 11:59 AM

views 13

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ ৪খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাবেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ প...

June 30, 2024 11:37 AM June 30, 2024 11:37 AM

views 21

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি,...

June 30, 2024 11:32 AM June 30, 2024 11:32 AM

views 21

চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত এটা ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ সমাদৰ বৰ্তাই ৰখাৰ স্বাৰ্থত ইয়াৰ গুণগত ম...

June 29, 2024 9:08 PM June 29, 2024 9:08 PM

views 8

আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যৰ পৰা মাদক দ্রব্য সৰবৰাহ-যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ আসক্তি হ্ৰাসৰ বিশেষ ব্যৱস্থা চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনক মাদক দ্রব্য মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিগত সময়ছোৱাত অসম আৰক্ষীৰ সহযোগত ৰাজ্যখনে এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনৰ পৰা মা...

June 29, 2024 9:05 PM June 29, 2024 9:05 PM

views 10

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত ৮জন লোকক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বৰপেটাৰোড আৰক্ষীয়ে ৮জন লোকক আটক কৰিছে। লোককেইজনক বৰপেটা, ধুবুৰী, নগাঁও আৰু গুৱাহাটীৰ পৰা আটক কৰা হৈছে। বৰ্তমান বৰপেটাৰোড থানাত লোককেইজনক জেৰা কৰি থকা হৈছে। আটকাধীন লোককেইজনৰ সন্...

June 29, 2024 9:03 PM June 29, 2024 9:03 PM

views 10

যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাত অভিযুক্ত ৩জনক এন আই এৰ আদালতত হাজিৰ

যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত ৩ জন অভিযুক্তক আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ৰ আদালতত হাজিৰ কৰোৱা হয়। এই অভিযুক্তকেইজন বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুৎ গগৈ বুলি জানিব পৰা গৈছে। আজি তিনিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱাই গোচৰৰ প্ৰতিলিপি প্রদান কৰা হয়। এ...

June 29, 2024 8:58 PM June 29, 2024 8:58 PM

views 10

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৰ্মশালা, কৃষিমন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীৰ নিকটৱৰ্তী কাঁহীকুছিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে একেটা বছৰত দুটা বা ততোধিক শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত বিশেষ অগ্র...

June 29, 2024 8:57 PM June 29, 2024 8:57 PM

views 12

ৰাজ্যত ৫খন জিলাৰ ৩৮৩খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।