আঞ্চলিক সংবাদ

December 12, 2025 8:07 PM December 12, 2025 8:07 PM

views 6

অৰুণাচলৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত কেছাং নুৰুপ ডামু, আৰক্ষী অধীক্ষক থোটান জাম্বা আৰু তেজুৰ 25TH ITBP কামাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকী...

December 12, 2025 8:06 PM December 12, 2025 8:06 PM

views 3

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কেৰখাবাৰীত ৭৫ বিঘা ভূমি দখলমুক্ত জিলা প্ৰশাসনৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কেৰখাবাৰীত আজি জিলা প্ৰশাসনে ৭৫ বিঘা ভূমি দখলমুক্ত কৰি চাৰিওপিনে কাঁইটীয়া তাঁৰৰ বেৰ দিয়ে। উল্লেখযোগ্য যে বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰক আৱণ্টন দিয়া এই ভূমিত ৬টা পৰিয়ালে ২০১৩ চনৰ পৰাই বসবাস কৰি আহিছিল। আজি বঙাইগাঁও জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থ...

December 12, 2025 8:05 PM December 12, 2025 8:05 PM

views 3

অনলাইন ট্রেডিং কেলেংকাৰীৰ গোচৰৰ প্ৰথমটো শুনানিত অভিযুক্ত চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকন চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ

অনলাইন ট্রেডিং কেলেংকাৰীৰ গোচৰৰ প্ৰথমটো শুনানিত অভিযুক্ত চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকন আজি চানমাৰিৰ চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হয়। আদালতৰ নিৰ্দেশৰ ভিত্তিত তিনি অভিযুক্তই আজি ভাষ্য প্ৰদান কৰে। অৱশ্যে আন এজন অভিযুক্ত অভিজিত চান্দ আদালতত উপস্থিত থকাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে ...

December 12, 2025 8:02 PM December 12, 2025 8:02 PM

views 4

পশ্চিমবংগত হ’বলগীয়া ‘বিশ্ব বাংলা সাহিত্য আৰু সংস্কৃতি উৎসৱলৈ অসমৰ কবি অনুপমা দাসক আমন্ত্রণ

পশ্চিমবংগৰ হালদিয়াত অহা ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ হ'বলগীয়া ২২ সংখ্যক ‘বিশ্ব বাংলা সাহিত্য আৰু সংস্কৃতি উৎসৱ ২০২৬ লৈ অসমৰ কবি অনুপমা দাসক আমন্ত্রণ জনোৱা হৈছে। ১৯৮০ চনত ‘পান্থপাদপ’ নামৰ কাব্য আলোচনীত আত্মপ্ৰকাশ কৰা কবি অনুপমা দাসে পৃথিৱীৰ সতে মোৰ দিন-ৰাতি, তুমি মোৰ পৃথিৱীৰ, সময়ৰ দস্তাবেজ, কাগজ...

December 12, 2025 8:01 PM December 12, 2025 8:01 PM

views 2

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত আজি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। থুকুবিলৰ বিজয় পামৰ পৰা সোণাৰী নগৰলৈ দিন হাজিৰাৰ বাবে যোৱাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত হীৰামণি শৰ্মা নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ পাছত...

December 12, 2025 8:00 PM December 12, 2025 8:00 PM

views 2

শিলচৰৰ কাটিগড়াত বৰাক নৈৰ গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ

শিলচৰৰ কাটিগড়াত বৰাক নৈৰ ওপৰত থকা গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ কৰি দিয়া হৈছে। কাছাৰ জিলা প্ৰশাসনৰ দুৰ্যোগ প্রশমন বিভাগে এখন জাননীযোগে এই কথা প্ৰকাশ কৰিছে। জৰুৰী মেৰামতিৰ বাবে দলংখন অহা দেওবাৰৰ সন্ধিয়া ৬ বজালৈ বন্ধ কৰি দিয়া হৈছে। জাননীখনত উল্লেখ কৰা ...

December 12, 2025 7:59 PM December 12, 2025 7:59 PM

views 3

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্রকল্প বিষয়া গীতা...

December 12, 2025 7:58 PM December 12, 2025 7:58 PM

views 3

ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ পৰা ২৬,৮০০ বস্তা চাউল হৰলুকি ঘটনাৰ চিবিআই তদন্তৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রতিবাদ

ভাৰতীয় খাদ্য নিগমৰ ধেমাজী গুদামৰ পৰা ২৬ হাজাৰ ৮০০ বস্তা চাউল হৰলুকি হোৱা ঘটনাৰ চি বি আই তদন্তৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজীৰ কচাৰি ময়দানৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ শতাধিক সদস্যই অংশ লয়। প্রতিব...

December 12, 2025 7:58 PM December 12, 2025 7:58 PM

views 1

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা প্ৰতিবাদী সমদল

মৰিগাওঁত আজি সদৌ তিৱা ছাত্ৰ সন্থাই কেইবাটাও দাবীৰ সমৰ্থনত এটা প্ৰতিবাদী সমদল উলিয়ায়। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় বেলট আৰু ব্লকসমূহ সংৰক্ষণৰ বাবে তিৱা ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে। তিৱা স্বায়ত্ত শাসিত পৰিষদীয় চুক্তি অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ ...

December 12, 2025 11:45 AM December 12, 2025 11:45 AM

views 14

চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ চতুর্থ সমবায় মেলাৰ আয়োজন

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ চতুর্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্রহণ কৰিব। মেলাত হাতেবোৱা কাপোৰ, বাঁহ-বেতেৰে নির্মিত সামগ্রী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্রী, কাঁহৰ সামগ্রী, পৰম্পৰাগত অ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।