আঞ্চলিক সংবাদ

July 4, 2024 6:40 PM July 4, 2024 6:40 PM

views 39

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগত...

July 4, 2024 2:57 PM July 4, 2024 2:57 PM

views 20

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তম...

July 4, 2024 1:20 PM July 4, 2024 1:20 PM

views 12

অহা শনি আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন

অহা শনিবাৰ আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ'ব। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অধিবেশনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে নিৰ্মিত এটা প্ৰেক্ষাগৃহ উদ্বোধন কৰা হ'ব। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকৰ অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। অধিবেশনত ...

July 4, 2024 1:19 PM July 4, 2024 1:19 PM

views 20

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে...

July 4, 2024 1:17 PM July 4, 2024 1:17 PM

views 16

ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ

অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়ন লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছ...

July 4, 2024 1:14 PM July 4, 2024 1:14 PM

views 8

দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত শেহতীয়া বান পৰিস্থিতি সম্পর্কে আলোচনাৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কালি নিশা মুখ্যমন্ত্রীয়ে এখন সংবাদ মেল সম্বোধন কৰি অনুসুচীত জাতি আৰু জনজাতিৰ চা...

July 4, 2024 1:09 PM July 4, 2024 1:09 PM

views 15

বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তসকলৰ সৈতে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত বান পীড়িতলোকৰ উদ্ধাৰ,সাহায্য অভিযান, পুনৰ সংস্থাপন, ক্ষতিগ্ৰস্ত পৰিয়াল তথা অনান্য অ...

July 4, 2024 1:06 PM July 4, 2024 1:06 PM

views 21

কৰিমগঞ্জ জিলাত আজিৰে পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি

কৰিমগঞ্জ জিলাৰ নদীসমূহৰ জলস্তৰে বিপদৰ সীমা অতিক্ৰম কৰাৰ বাবে জিলাখনৰ অধিকাংশ বিদ্যালয় বানত বুৰ গৈছে। শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ আয়ুক্তই আজিৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে বিদ্যালয়সমূহে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অ...

July 4, 2024 1:04 PM July 4, 2024 1:04 PM

views 9

ৰাজ্যত বানৰ সমান্তৰালভাৱে খহনীয়াৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শাম কটা নাই। কোনো কোনো জিলাৰ কেতবোৰ জলমগ্ন অঞ্চলত পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও নৈপৰীয়া অঞ্চলসমূহত বানৰ সমান্তৰালভাৱে খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। খহনীয়াই বিভিন্ন স্থানত বান্ধ আৰু মথাউৰিৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে। চৰকাৰী তথ্য অনুসৰি যোৱা ২ জুলাই পর্যন্ত বানৰ...

July 3, 2024 7:43 PM July 3, 2024 7:43 PM

views 8

অসমত কাইলৈৰ পৰা সম্পূর্ণতা অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা আৰম্ভ কৰা সম্পূর্ণতা অভিযান অসমত কাইলৈ আৰম্ভ হ'ব। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত, সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈৰপৰা এই অভিযান ৰূপায়ণ কৰা হ'ব। বর্তমানে উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ সামৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলসমূ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।