July 5, 2024 7:34 PM July 5, 2024 7:34 PM
19
ৰাজ্যৰ কোনো কোনো ঠাইত বান পৰিস্থিতি সামান্য উন্নত
ৰাজ্যৰ কোনো কোনো ঠাইত আজি বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ভালেমান ঠাই বানৰ কবলত আছে। ৰাজ্যখনৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ খোৱ...