আঞ্চলিক সংবাদ

August 9, 2024 11:43 AM

views 9

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ অশান্ত পৰিস্থিতি আৰু ভাৰতৰ সীমা সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰি কয় যে, কেৱল পা...

August 9, 2024 11:39 AM

views 13

‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত স্বাধীনতা দিৱস যথাবিহীত কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ লগতে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীও উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যৰ বিভিন্ন আত্মসহায়ক গোট, ভিডিপি, অংগনৱাড়ী কর্মী, আশাকর্মী, ক্রীড়া সংগঠন, সাংস্কৃতিক সংগঠন, এন এছ এছ, এন চি চ...

August 9, 2024 11:36 AM

views 17

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মাৰ লগতে পুৰাতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড...

August 8, 2024 7:28 PM

views 14

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কাৰ্যালয়ৰ সভাগৃহত গ্রন্থ আলচ শীৰ্ষক অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত পৰহিলৈ গুৱাহাটীৰ বামুণীমৈদামত থকা পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত গ্রন্থ আলচ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰিষদ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰা মতে ১৯৪৭ চনৰ পৰা ১৯৭১ চন...

August 8, 2024 7:25 PM

views 32

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মিজোৰামৰ মাজত কাইলৈ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কাইলৈ দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। মিজোৰামৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে কাইলৈ বিয়লি আইজলৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ'ব। অসমৰ মন্ত্ৰী দলটোক সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়াৰ বিপৰীত...

August 8, 2024 7:22 PM

views 18

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে আজি চন্দ্ৰমোহন পাটোৱাৰীৰ শিৱসাগৰ জিলা পৰিদৰ্শন

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে আজি শিৱসাগৰ জিলা পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ লয়। পাছত এই কাৰ...

August 8, 2024 7:12 PM

views 23

তিনিচুকীয়াত আইন-শৃংখলা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশগ্ৰহণ জি পি সিঙৰ

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে অসম আৰক্ষীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পর্যালোচনা কৰি আছে। ইয়াৰ অংশ হিচাপে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীও সক্ৰিয় হৈ থকা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব ...

August 8, 2024 6:46 PM

views 23

ধিঙত আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ ধিঙত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হুমায়ুন কবিৰ নামৰ বাংলাদেশী লোকজনৰ পৰা আৰক্ষীয়ে দুখন বাংলাদেশৰ মোবাইল ছিমকাৰ্ড আৰু মোবাইল হেণ্ডছেট জব্দ কৰে। লোকজনে দেশখনৰ ছিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকী হ...

August 8, 2024 6:43 PM

views 7

কলিয়াবৰত অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ

পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ মহকুমাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোর্ড আৰু মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত মহকুমাটোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত টেলিভিছন ছেট আৰু চকী-টেবুল বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। চলিত বৰ্ষত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধ...

August 8, 2024 7:14 PM

views 31

লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰে। এই আঁচনিখনে অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব। মুখ্যমন্ত্ৰীয়ে কয় যে, বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৈণত বয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।