July 9, 2024 8:57 PM July 9, 2024 8:57 PM
8
ৰাজ্যৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰা হ’ব : মুখ্যমন্ত্ৰী
অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে ১ লাখ নিযুক্তিৰ পাছত এয়া চৰকাৰৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। মুখ্যমন...