আঞ্চলিক সংবাদ

August 12, 2024 7:31 PM

views 26

৩৫,১৩৩ টা শিক্ষক পদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৩৫ হাজাৰ ১৩৩টা শিক্ষক পদৰ বিজ্ঞাপনত আজি অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰী পক্ষক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে চাৰি সপ্তাহৰ সময় দিছে। উল্লেখযোগ্য...

August 12, 2024 7:39 PM

views 34

ৰাজ্য চৰকাৰৰ দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি

ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডচমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত ৰাজ্য চৰকাৰে দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি কৰে । অসম এইডচ নিয়ন্ত্রণ ছ’চাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এ...

August 12, 2024 8:08 PM

views 23

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্রস্তুতি চলাই থকা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰক্ষী বেটেলিয়ান, অৰ্ধ সামৰিক বাহিনী আৰু এন চি চিৰ দলে পেৰেড অনুশীলন অব্যাহত ৰাখিছে। কেইবাটাও উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জ...

August 12, 2024 7:04 PM

views 22

শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে ড° এছ জয়শংকৰলৈ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ

সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাই কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। সাংসদগৰাকীয়ে পত্ৰখনত কয় যে সম্প্ৰতি থকা পাৰপত্ৰ সেৱা কেন্দ্ৰকেইটা যথেষ্ট দূৰৈত থকা হেতুকে এই স্থানত এনে কেন্দ্ৰ এটা স্থাপন ...

August 12, 2024 7:02 PM

views 19

প্ৰসাৰ ভাৰতীৰ সৈতে অসম চৰকাৰৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এখন তথ্য চিত্ৰ নিৰ্মাণৰ বাবে আজি প্ৰসাৰ ভাৰতীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই তথ্য চিত্ৰখনত ৫২ টা খণ্ড থাকিব। এই উপলক্ষে আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে...

August 12, 2024 7:00 PM

views 26

অসম বিধানসভা চৌহদত কেইবাটাও কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি অসম বিধানসভা চৌহদত কেইবাটাও কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিধানসভা চৌহদত কুইন্‌ছ ল’ন, বিধানসভাৰ লাইভ ষ্টুডিঅ', নেভা সেৱা কেন্দ্ৰ, মূল সভাকক্ষ আৰু নেচনেল ই-বিধান এপ্লিকেচনো মুখ্যমন্ত্ৰীয়ে মুকলি কৰে। বিধানসভাৰ কাম-কাজ ডিজিটেল আৰু কাগজবিহীন কৰি তোলাৰ ড...

August 12, 2024 6:08 PM

views 21

আকাশবাণীৰ পাৱলিক স্পীকত আজি নিশা ৯.৩০ বজাত দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ উপায় সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ৯ বজাত দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ উপায় সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কৃষ্ণ এছ বৎস আৰু নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ জে পি এন এ ট্রমা চেণ্টাৰৰ মুৰববী ডº কামৰান ফাৰুকৰ সৈতে...

August 12, 2024 6:57 PM

views 27

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব হস্তী দিৱস পালন

আজি বিশ্ব হস্তী দিৱস। হাতী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ লগতে হস্তীকুলৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই দিৱস পালন কৰা হয়। ২০১২ চনৰ পৰা প্ৰতি বছৰে এই দিৱস আয়োজিত হৈ আহিছে। এই দিৱস উপলক্ষে আজি হাতী সংৰক্ষণৰ বাবে বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু...

August 12, 2024 11:58 AM

views 20

প্ৰসাৰ ভাৰতীৰ সৈতে বুজাবুজি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি লাচিত বৰফুকনৰ তথ্যচিত্ৰ সন্দৰ্ভত লোকসেৱা ভৱনৰ মিডিয়া হ'লত প্ৰসাৰ ভাৰতীৰ সৈতে এক বুজাবুজি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিয়লি ৪ বাজি ৩০ মিনিটত এই বুজাবুজিৰ চুক্তিৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জনসংযোগ বিভাগে প্রকাশ কৰিছে।

August 12, 2024 11:53 AM

views 23

সচিবালয়ৰ আন্তঃগাঁথনিত নতুনকৈ সংযোজন কৰা কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ সচিবালয়ৰ আন্তঃগাঁথনি উন্নয়নত নতুনকৈ সংযোজন কৰা কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অসম বিধানসভা লাইভ ষ্টুডিঅ', নেচনেল ই-বিধান এপ্লিকেশ্বন চমুকৈ নেভা সেৱা কেন্দ্ৰ, অসম বিধানসভাৰ মূল সভাকক্ষ, আৰু কুইনছ লন আছে। দিনৰ ১২ বজাত হ'বলগীয়া এই কাৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।