আঞ্চলিক সংবাদ

August 14, 2024 7:46 PM

views 18

আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

দেশ বিভাজনৰ দুঃসহ স্মৃতিৰ সোঁৱৰণত আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৪৭ চনৰ এই দিনটোত ভাৰত বিভাজনৰ সময়ত অমানৱীয় সমস্যাৰ মুখামুখি হোৱা লোকসকলক আজিৰ দিনটোত স্মৰণ কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিভাজনৰ ভয়াৱহতাত প্ৰভাৱিত আৰু ক্ষতিগ্ৰস্ত হোৱা ...

August 14, 2024 7:33 PM

views 19

পশুপালন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অতুল বৰাৰ পর্যালোচনা বৈঠক

পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি, ভৱিষ্যতৰ পৰিকল্পনা তথা কার্যপন্থা সন্দৰ্ভত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বাণিজ্যিক উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যত ছাগলী বিপ্লৱ আৰু গাহৰি বিপ্লৱৰ প্ৰকল্পৰ বিষ...

August 14, 2024 7:32 PM

views 29

হাজোত লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি হাজোত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্রী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজোৰ ভৰালীটোলাব নিজ বাসভৱন ‘শিশু কল্যাণ ভৱন'ত ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পাছত এখন ৰাজহুৱা সভাত...

August 14, 2024 6:39 PM

views 20

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে ভাৰতীয় প্ৰতিনিধিৰ সৌহার্দ্যপূর্ণ আলোচনা

ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হয়। ভাৰত আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় মূল দুৱাৰৰ সন্মুখত দুয়োখন দেশৰ বিষয়ববীয়াসকলে ভাৰতীয় প্ৰতিনিধিক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। দুয়োখন দেশে পৰম্পৰা অনুসৰি পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰে। আনহাতে ...

August 14, 2024 7:41 PM

views 16

কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস : ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

সমগ্ৰ দেশতে কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। দিল্লীৰ লালকিল্লাত কাইলৈ হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। লালকিল্লাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিভিন্ন...

August 14, 2024 7:43 PM

views 19

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা কাৰ্যসূচী অব্যাহত

হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাৰ ভাগত ত্ৰিৰংগা দৌৰ অনুষ্ঠিত হয়। এই দৌৰত জিলা প্ৰশাসনৰ শীর্ষ বিষয়া, আৰক্ষী, ছাত্র-ছাত্ৰী আৰু খেলুৱৈয়ে অংশগ্রহণ কৰে। আনহাতে, লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ...

August 14, 2024 12:05 PM

views 26

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি

কাইলৈ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। এই পৰিপ্ৰেক্ষিতত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটীৰ খানাপাৰাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। খানাপাৰাৰ পশু চিকিৎসা মহা...

August 14, 2024 12:02 PM

views 11

দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্রী আৰু আন মন্ত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লগা জিলাসমূহ নিৰ্ধাৰণ

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কাইলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আন মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলগা জিলাসমূহ ধাৰ্য কৰা হৈছে। সেই অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক অনুষ্ঠানত পতাকা উত্তোলন কৰিব। মন্ত্ৰী ৰঞ্...

August 14, 2024 11:59 AM

views 10

নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ অসমৰ পৰা ৭০গৰাকী ব্যক্তি আমন্ত্ৰিত

নতুন দিল্লীত কাইলৈ অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰাৰ বাবে অসমৰ পৰা বিভিন্ন ক্ষেত্ৰৰ ৭০ গৰাকী ব্যক্তি আমন্ত্ৰিত হৈছে। উল্লেখযোগ্য যে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ দেশৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা মুঠ ছহেজাৰ গৰাকী লোকক বিশিষ্ট অতিথি হিচাপ...

August 14, 2024 11:57 AM

views 26

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে বিধানসভাৰ অধিৱেশনত বিধেয়ক উত্থাপন কৰা হ’ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে অসম বিধানসভাৰ অনাগত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। কালিৰ বৈঠকতে আছাম আৰবান ৱাটাৰ বডিজ প্রিজার্ভেচন এণ্ড কনজার্ভেচন বিল ২০২৪ৰ খচৰাত অনুমোদন দিয়া হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কেবিনেটৰ এই সিদ্ধান্তৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।