July 13, 2024 1:33 PM July 13, 2024 1:33 PM
12
গুৱাহাটীত আজিৰেপৰা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল
● অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হ'ব। গুৱাহাটীৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ খেলুৱৈব নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত ১২ আৰু ১৪ ...