আঞ্চলিক সংবাদ

August 17, 2024 8:17 PM

views 20

৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা আয়োজিত ৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি পৰিছে। পুৰুষ আৰু মহিলা দলীয় শাখাৰ লগতে একক শাখাতো এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। দক্ষিণ-পূব ৰে'লৱেৰ পুৰুষ আৰু মহিলা উভয় দলেই প্রতিযোগিতাত বিজয় হয়। ইপিনে মহিলাৰ একক দলত পশ্চি...

August 17, 2024 8:14 PM

views 19

যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন অজন্তা নেওগৰ

বিত্তমন্ত্রী অজন্তা নেওগে আজি যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন কৰে। অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী উপস্থিত থাকে। উল্লেখযোগ্য যে যোৰহাটৰ শতিকা প্রাচীন পুৰণি চ’ক বজাৰ প্রায় এবছৰ আগত অগ্নিকাণ্ডত জাহ গৈছিল। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী নেওগে আজি চ’ক বজাৰৰ পুনৰ নির্মাণ ১৮ মাহত সম্পূৰ্ণ...

August 17, 2024 7:54 PM

views 22

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ তত্বাৱধানত বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকলৰ তত্বাৱধানত আজি জিলাখনৰ বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ হৈছে। পূব যোৰহাট, পশ্চিম যোৰহাট, তিতাবৰ, মৰিয়নি আৰু টীয়কৰ বিভিন্ন ঠাইত কৃষি বিভাগৰ ডিজিটেল শস্য জৰীপৰ লগত জড়িত জৰীপকর্তা, তত্বাৱধায়ক আৰু প্ৰামাণিকসকলৰ সহযোগত এই জৰীপ কাৰ্য সম্পাদন কৰিবলৈ লো...

August 17, 2024 7:12 PM

views 23

ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে । মহা...

August 17, 2024 7:09 PM

views 17

পথৰুঘাট কৃষক শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ

অসমৰ নৱ-নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি দৰং জিলাত অৱস্থিত ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদ সমাধিক্ষেত্ৰত উপস্থিত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ আত্ম বলিদান আৰু ত্যাগৰ আদৰ্শ আগবঢ়াই নিয়াৰ বা...

August 17, 2024 7:06 PM

views 13

অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ

NEET, JEE, CUET –কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি বিদ্যালয়সমূহৰ ...

August 17, 2024 7:04 PM

views 28

ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট কাৰ্যসূচী

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সংস্থাই ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি দেশজুৰি পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ' পি ডি বন্ধ ৰখা হৈছে। সংস্থাটোৱে ভুক্তভোগী চি...

August 17, 2024 6:59 PM

views 25

অহা ডিচেম্বৰ মাহত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ প্ৰাক্তন আবাসীৰ কাৰণে প্রাক্তন আবাসী সন্মিলনৰ আয়োজন

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ প্ৰাক্তন আবাসীৰ কাৰণে অহা ডিচেম্বৰ মাহত প্রাক্তন আবাসী সন্মিলনৰ আয়োজন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সন্মিলনখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰাক্তন আবাসী তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাক সভাপতি হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি...

August 17, 2024 6:56 PM

views 21

মায়ংত কাইলৈ পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ

মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কাইলৈ মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। কাইলৈ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। শোভাযাত্ৰাত অঞ্চ...

August 17, 2024 11:29 AM

views 21

ৰাজ্যৰ জলসিঞ্চন মন্ত্রী অশোক সিংহালৰ বিভাগীয় বিষয়াৰে পর্যালোচনা বৈঠক

ৰাজ্যৰ জলসিঞ্চন মন্ত্রী অশোক সিংহালে কালি দিছপুৰত বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব, সচিব, মুখ্য অভিযন্তাকে ধৰি কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰীগৰাকীয়ে বিভাগৰ অধীনত অব্যাহত থকা বিভিন্ন আঁচনিসমূহৰ কাম-কাজৰ বুজ লয়। লগতে মন্ত্ৰী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।