আঞ্চলিক সংবাদ

July 14, 2024 7:05 PM July 14, 2024 7:05 PM

views 21

জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধকক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত আজি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰিছে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ...

July 14, 2024 1:15 PM July 14, 2024 1:15 PM

views 16

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযান নামেৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। অসম প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই কালি যোৰহাট বিজ্ঞান চ'ৰাৰ ৰূপালী জয়ন্তী বৈঠকত অংশগ্...

July 14, 2024 1:05 PM July 14, 2024 1:05 PM

views 10

সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য

সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সম্পূর্ণতা অভিযান আৰু পৰিপুষ্টি শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰববী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণাত্রে...

July 14, 2024 12:58 PM July 14, 2024 12:58 PM

views 8

জিলা তথা খণ্ড বিষয়াসকলৰ দ্বাৰা গ্রাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আদি কাৰ্যসূচীৰে নিটি আয়োগৰ সম্পূর্ণতা অভিযান অনুষ্ঠিত

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগ...

July 14, 2024 12:53 PM July 14, 2024 12:53 PM

views 13

সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ ...

July 14, 2024 12:43 PM July 14, 2024 12:43 PM

views 6

ৰাজ্যৰ ২১ খন জিলাৰ প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈ অধিক লোক এতিয়াও বানৰ কবলত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ২১ খন জিলাৰ প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্র, বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি...

July 14, 2024 12:06 PM July 14, 2024 12:06 PM

views 19

অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ

অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰ্যালয়ে যোৱা ১ জুলাইৰ পৰা ১১ জুলাইলৈকে বিভিন্ন বিভাগৰ অভিযোগ নিষ্পত্তিৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্ৰ্যালয়ে প্রকাশ...

July 13, 2024 8:59 PM July 13, 2024 8:59 PM

views 9

গুৱাহাটীত ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। ফ’ৰ জি তথা ফাইভ জি আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তগাঁথনি উন্নত কৰা, টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ ...

July 13, 2024 8:53 PM July 13, 2024 8:53 PM

views 13

নগাঁও জিলাৰ ৰহাত নির্মীয়মাণ জোঙাল বলহু পর্যটন ক্ষেত্র পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহাত প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মান জোঙাল বলহু পর্যটন ক্ষেত্র আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে বিগত দুবছৰৰ আগতে আৰম্ভ কৰা পৰ্যটন ক্ষেত্ৰখনৰ প্ৰথম পৰ্যায়ৰ কাম অহা বছৰতে সমাপ্ত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মতপ্ৰকাশ কৰে। তিৱা জ...

July 13, 2024 8:51 PM July 13, 2024 8:51 PM

views 14

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী নন্দিতা গালোচাৰ

ৰাজ্যৰ শক্তি, জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গালোচাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, ভাৰত চৰকাৰে চলিত বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কেৱল আহোম ৰাজত্ব কালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।