আঞ্চলিক সংবাদ

August 19, 2024 12:12 PM

views 22

আকাশবাণীৰ ২৫ আগষ্টৰ ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 19, 2024 12:05 PM

views 26

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’ত আজি ‘মহাকাশ খণ্ডত সুযোগ বৃদ্ধি’ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত মহাকাশ খণ্ডত সুযোগ বৃদ্ধি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত নতুন দিল্লীৰ ক্ষেত্ৰীয় দূৰ সংবেদন কেন্দ্ৰ, উত্তৰ অৰ্থাৎ NRSCৰ উপ মহাপ্ৰৱন্ধক ড০ সমীৰ সাৰনে অংশগ্ৰহণ কৰিব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকা...

August 19, 2024 12:03 PM

views 27

ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ এসপ্তাহ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ এসপ্তাহ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মিৰ্জাত কালি এটা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে ২ অক্টোবৰৰ পৰা প্ৰতিটো সমষ্টিকে সমজিলা হিচাপে অধিকাৰ দিয়া হ'ব বু...

August 19, 2024 12:00 PM

views 16

কাজিৰঙাৰ এলিভেটেড কৰিড’ৰক ২০২৪-২৫ বৰ্ষৰ অগ্ৰাধিকাৰ প্ৰকল্প হিচাপে তালিকাভুক্ত

কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাৰ ৫ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষ এলিভেটেড কৰিড'ৰক ২০২৪-২৫ বৰ্ষৰ অগ্ৰাধিকাৰ প্ৰকল্প হিচাপে তালিকাভুক্ত কৰে। ২০২৪-২৫ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই সম্পাদন কৰিবলগীয়া কামৰ তালিকাত ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড'ৰক অগ্ৰাধিকাৰ দিয়াৰ কথা প্রকাশ কৰে। উল্লেখযোগ...

August 19, 2024 11:58 AM

views 20

স্বাধীনতা দিৱসৰ দিনা উদ্ধাৰ হোৱা বোমাসদৃশ সামগ্ৰীৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ তদন্ত গোট গঠন

স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ ২৪ স্থানত উদ্ধাৰ হোৱা বোমা সদৃশ সামগ্ৰীৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীয়ে বিশেষ তদন্ত গোট গঠন কৰিছে বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিত সিঙে প্রকাশ কৰে। এই গোটটোৱে বোমা সদৃশ সামগ্রী উদ্ধাৰৰ লগতে সম্পর্কীত সকলো দিশ তদন্ত কৰাৰ উপৰিও অসম আৰক্ষীয়ে ৰাজ্যৰ সকলো লোকৰ সুৰ...

August 19, 2024 11:56 AM

views 17

অসমক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ গ্রহণ

অসম চৰকাৰে ৰাজ্যখনক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয় যে, অত্যাধুনিক ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান আৰু দক্ষতা প্রশিক্ষণ প্ৰতিষ্ঠানৰ কাম অব্যাহত আছে। ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষত...

August 19, 2024 11:54 AM

views 15

কলকাতাত চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকৰ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুষিক...

August 19, 2024 11:51 AM

views 21

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সুৰক্ষা সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কর্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। মুখ্য অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকলৰ বাবে জি ...

August 19, 2024 11:43 AM

views 24

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অহা ৩-২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাব পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব নতুনকৈ আ...

August 19, 2024 11:42 AM

views 15

বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত বিশেষ প্ৰদৰ্শনীৰ আয়োজন

অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত আজি এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ ছেপ্টেম্বৰলৈ চলিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰা প্রদর্শনীখন সোমবাৰ আৰু ৰাজহুৱা বন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।