August 19, 2024 9:19 PM
23
কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ
কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। শেহতীয়াকৈ কৃষি বিভাগৰ বিষয়াসকলে জিলাখনৰ টীয়ক, চেলেংহাট, নকছাৰী আৰু চিপাহীখোলাৰ ক্ষতিগ্রস্থ কৃষিভূমিসমূহ পৰিদৰ্শন কৰে৷ জিলাখনৰ কৃষি উন্নয়ন বিষয়াৰ তত্বাৱধানত কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা...