আঞ্চলিক সংবাদ

August 21, 2024 12:08 PM

views 69

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

■ অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী। ইয়াৰে পুৰুষ ভোটদা...

August 21, 2024 12:01 PM

views 29

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কাইলৈ কাছাৰত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব। বৰাক নদীৰ দলংখনে সোণাই আৰু লক্ষীপুৰ চহৰ সৈতে শিলচৰ চহৰৰ সংযোগ স্থাপন কৰিব। এই দলং নিৰ্মাণৰ ফলত ৰূপাইবালি, ছিঙাৰবন্দ, বিন্নাকান্দি, চটামামদা, গোবিন্দপুৰ, আ...

August 21, 2024 11:55 AM

views 34

অসমৰ ৰাজ্যসভাৰ ২ খন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক প্রার্থিত্ব বিজেপিৰ

■ অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে কালি এই সন্দ...

August 20, 2024 8:07 PM

views 26

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ মুকলি

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো আজি মুকলি কৰা হয়। ৪ বছৰ ধৰি বিকল হৈ থকা কেন্দ্ৰটো বিধায়ক লৰেন্স ইছলাৰীয়ে উদ্বোধন কৰে। এতিয়াৰে পৰা বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে সৌৰজগত তাৰকামণ্ডলসহ জ্যোতির্বিজ্ঞানৰ তথ্যসমূহ লাভ কৰিব। উল্লেখযোগ্য যে ২০২০ চনৰ...

August 20, 2024 8:02 PM

views 29

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটদাত...

August 20, 2024 8:00 PM

views 28

ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক বিজেপিৰ প্রার্থিত্ব প্ৰদান

অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে আজি এই সন্দৰ...

August 20, 2024 6:59 PM

views 32

ধেমাজি জিলাত ৪০টা সাধাৰণ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ

মিছিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদীয় সমষ্টিসমূহৰ ক্ষেত্ৰীয় পৰিসীমা নির্ধাৰণৰ বাবে ধেমাজি জিলাৰ আয়ুক্তই জাননীযোগে ৪০টা সাধাৰণ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। জাননী অনুসৰি অহা ১৬ ছেপ্তেম্বৰৰ ভিতৰত সংশ্লিষ্ট পক্ষসমূহে খচৰা সন্দৰ্ভত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। তিনিচুকীয়া সমন...

August 20, 2024 6:57 PM

views 27

লখিমপুৰত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলৰ কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ

লখিমপুৰ জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াৰ নেতৃত্বত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলে আজি জিলাখনত চলি থকা কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁলোকে আঁচনিসমূহৰ ৰূপায়ণৰ বুজ ল'বলৈ বগী নদী কৃষি চক্ৰ আৰু ছাবতি কৃষি চক্ৰৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁলোকে সামূহিক কঠিয়াতলী আঁচনিৰ অধীনত...

August 20, 2024 6:53 PM

views 19

৩০টা জনগোষ্ঠী সংগঠনৰ সৈতে শিৱসাগৰত ডাঃ ৰণোজ পেগুৰ বৈঠক

শিৱসাগৰত এগৰাকী যুৱতীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত আজি শিৱসাগৰ যুৱ দ'লত জিলাখনৰ ৩০টা জনগোষ্ঠী সংগঠনৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু এখন বৈঠকত মিলিত হয়। সদৌ টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৩০টা দল-সংগঠনৰ সৈতে হোৱা বৈঠকত মন...

August 20, 2024 6:25 PM

views 24

দিল্লীত অমিত শ্বাহৰ সৈতে ভৱেশ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থিত্বক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।