August 21, 2024 7:15 PM
25
ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসৰ মনোনয়ন-পত্র দাখিল
ৰাজ্যসভাত খালী হোৱা অসমৰ দুখন আসনৰ বাবে বিজেপিৰ প্রার্থী প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু প্রাক্তন বিধায়ক মিছন ৰঞ্জন দাসে আজি মনোনয়ন পত্র দাখিল কৰে। প্রার্থী দুগৰাকীৰ মনোনয়ন-পত্র দাখিলৰ সময়ত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা, কেন্দ্রীয় মন্ত্রী স...