আঞ্চলিক সংবাদ

July 20, 2024 12:21 PM July 20, 2024 12:21 PM

views 13

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও ১৩ খন জিলাৰ ৫৭২ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ২ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ৫৬টা আশ্রয় শিবিৰত ১০ সহস্রাধিক বানপীড়িতই আশ্ৰয় লৈ আছে। ইপিনে বানৰ পাছতে ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ ...

July 20, 2024 12:08 PM July 20, 2024 12:08 PM

views 21

অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুকলি কৰে। উল্লেখযোগ্য যে, অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত অহা ১ আগষ্টৰ পৰা ১০ আগষ্টলৈ অমৃত বৃক্ষ টু পইণ্ট জিৰোৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৩ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই পদক্ষেপ...

July 19, 2024 8:20 PM July 19, 2024 8:20 PM

views 9

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা চাৰে ৯ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 19, 2024 8:17 PM July 19, 2024 8:17 PM

views 8

চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে : অনুৰাগ গোৱেল

চলিত বছৰৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে বৰ্তমানৰ অসম বিধানসভা ২০০১ চন অর্থাৎ‍ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নি...

July 19, 2024 11:54 AM July 19, 2024 11:54 AM

views 9

উত্তৰ প্ৰদেশ ৰে’ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী ৰে'লত অসমৰ কোনো লোক হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্রকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে আৰু অসমৰ যাত্ৰীসকলক সহায় কৰাৰ কাৰণে সাজু হৈ আছে। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে'লৱে আবদ্ধ যাত্ৰ...

July 19, 2024 11:52 AM July 19, 2024 11:52 AM

views 12

ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত

অসমত বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্যিক কেবিনেটে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত দা আছাম ৰিপিলিং বিল ২০২৪ উত্থাপন কৰা হ'ব। ৰাজ্যত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে।

July 19, 2024 11:50 AM July 19, 2024 11:50 AM

views 13

অহা ২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিৱেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিৱেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 19, 2024 11:49 AM July 19, 2024 11:49 AM

views 15

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে ৰাজ্যৰ স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে ল...

July 19, 2024 11:47 AM July 19, 2024 11:47 AM

views 10

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি কাইলৈ দুপৰীয়া ১২ বজাৰ ভিতৰত ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেচনেল টেষ্টিং এজেন্সিক এই নিৰ্দেশ দিয়া হৈছে। পৰীক্ষাৰ্থীৰ পৰিচয় গোপনে ৰাখি এই ফলাফল ঘোষণা ক...

July 19, 2024 11:45 AM July 19, 2024 11:45 AM

views 14

ৰাজ্যৰ জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। বহিঃৰাজ্যৰ পৰা আলু আৰু পিঁয়াজ কঢ়িওৱা বাহনসমূহ পশ্চিমবংগৰ মাজেৰে অসমত প্ৰৱেশ কৰিব পৰা নাই বুলি সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ ...