আঞ্চলিক সংবাদ

August 22, 2024 8:00 PM

views 25

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা অখিল গগৈ, আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু দেৱব্ৰত শ‍ইকীয়াৰ সভা স্থগিত প্ৰস্তাৱ উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু কংগ্ৰেছৰ দেৱব্ৰত শ‍ইকীয়াই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অখিল গগৈয়ে শিৱসাগৰত এগৰাকী যুৱতীক অপদস্থ কৰা, আমিনুল ইছলামে ভূমি ক্রয়- বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা বক্ত...

August 22, 2024 7:24 PM

views 24

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত আজি সদনত মুঠ ১০খন বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই দি আছাম শ্বিডিউল কাষ্ট এণ্ড শ্বিডিউল ট্রাইব্‌ছ (ৰিজাৰ্ভেচন অফ ভেকেন্সিছ ইন ছার্ভিচেছ এণ্ড পোষ্ট) সংশোধন বিধেয়ক, ২০২৪ সদনৰ অনুমতি সাপেক্ষে উত্থাপন কৰে । সদনত আজি মুঠ ১...

August 22, 2024 7:06 PM

views 17

আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি জি পি সিঙৰ প্ৰকাশ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি উল্লেখ কৰি সকলো স্তৰৰ আৰক্ষীৰ লোকসকলৰ লগতে সংশ্লিষ্ট সকলোকে এইক্ষেত্ৰত দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে। আৰক্ষী সঞ্চালকপ্রধান শ্রী সিঙে সামাজিক মাধ্যমযোগে এই আহ্বান জনাই আইন উলংঘাকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ...

August 22, 2024 7:04 PM

views 36

দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁওত উপস্থিত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰ

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত উপস্থিত হৈ জিলাখনত মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ মহিলা শিশু উন্নয়ন আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ তথা ...

August 22, 2024 6:31 PM

views 25

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ আৰু পি আই বিৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলক পুৰস্কৃত

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলক আজি পুৰস্কৃত কৰা হয়। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত পি আই বিৰ উত্তৰ- পূৰ্বাঞ্চলৰ সঞ্চালক প্রধান কে সতীশ নম্বুদিৰীপদ, অতিৰিক্ত সঞ্চালক প্রধান জেন নেমচু, আকাশবাণী গুৱাহাটীৰ অভিযান্ত্রিক শাখাৰ উপ-সঞ্চ...

August 22, 2024 7:21 PM

views 20

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত

বিৰোধীৰ দুবাৰকৈ সদন ত্যাগ, সদন স্থগিত প্ৰস্তাৱ উত্থাপনৰ মাজেৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ মাজতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্রশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা অধিবে...

August 22, 2024 6:20 PM

views 30

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু অইল ইণ্ডিয়া লিমিটেডেৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত কাৰ্যসূচীৰ অধীনত এখন সুস্থ ভাৰত গঢ়াৰ পদক্ষেপৰ অংশ হিচাপে আজি অইল ইণ্ডিয়া লিমিটেডে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্যখনৰ স্বাস্থসেৱাৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ দ্বাৰা চিকি...

August 22, 2024 6:26 PM

views 25

বি-টি-আৰৰ অন্তৰ্গত ৯০০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ

কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আজি আয়োজিত অনুষ্ঠানত বি-টি-আৰৰ অন্তৰ্গত মুঠ ৯০০গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। বি-টি-আৰৰ অন্তৰ্গত প্ৰাদেশিকীকৃত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ কলা, বিজ্ঞান আৰু হিন্দী বিষয়ৰ শিক্ষকৰ নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। বি-টি-চি প্রধান প...

August 22, 2024 6:15 PM

views 23

বৰপেটাৰ কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত অত্যাধুনিক পেট চিটি স্কেন মেচিন সংস্থাপন

টাটা ন্যাস আৰু অসম চৰকাৰৰ উদ্যোগত বৰপেটাত স্থাপন কৰা কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত আজি এটা অত্যাধুনিক পেট চিটি স্কেন মেচিন সংস্থাপন কৰা হয়। কৰ্কট ৰোগৰ উপৰি ৰোগীয়ে দীৰ্ঘদিন ধৰি ভুগি থকা বিভিন্ন ৰোগৰ সঠিক আৰু দ্ৰুত চিনাক্তকৰণৰ বাবে সংস্থাপন কৰা এই মেচিনটো আজি অসম কেন্সাৰ কেয়াৰ সংস্থাৰ মুখ্য পৰিচালন বি...

August 22, 2024 11:50 AM

views 12

ৰাজ্যত ইছলামধৰ্মীৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বিধেয়ক উত্থাপনত অনুমোদন মন্ত্ৰীসভাৰ

অসম মন্ত্রীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে ইছলামধৰ্মী লোকসকলৰ ১৮ বছৰৰ তলৰ লোকৰো বিবাহ পঞ্জীয়ন সম্ভৱ হৈ উঠিছিল। সমগ্র বিষয়টো সামৰি কেবিনেটে অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।