আঞ্চলিক সংবাদ

November 17, 2025 1:08 PM November 17, 2025 1:08 PM

views 14

৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি ৰাজ্য চৰকাৰৰ

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্...

November 17, 2025 1:06 PM November 17, 2025 1:06 PM

views 20

লণ্ডন সংগ্ৰহালয় কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে কথা প্রকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত...

November 17, 2025 5:51 PM November 17, 2025 5:51 PM

views 29

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্...

November 16, 2025 8:02 PM November 16, 2025 8:02 PM

views 10

ধেমাজি জিলাৰ জোনাইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে একলব্য আদর্শ আবাসীক বিদ্যালয় উদ্বোধন

স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পষেকৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন ভিন ঠাইত কার্যসূচী অব্যাহত আছে। ধেমাজি জিলাৰ জোনাইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে আজি একলব্য আদর্শ আবাসীক বিদ্যালয় উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ভূবন পেণ্ড আৰু ধেমাজিৰ অভিভাৱক মন্ত্রী...

November 16, 2025 7:53 PM November 16, 2025 7:53 PM

views 9

জি এম ডি এ আৰু জি এম চিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ আৰু গুৱাহাটী পৌৰ নিগমৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৌৰ নিগমৰ অধীনস্থ পার্কিং স্থান তথা জি এম ডিৰ ব্যৱস্থাপনাৰ অধীনৰ উদ্যানসমূহৰ পৰিচালনাৰ সবিশেষ বুজ লয়।

November 16, 2025 7:50 PM November 16, 2025 7:50 PM

views 13

বিত্তমন্ত্রী অজন্তা নেওগে গোলাঘাট জিলাৰ দ-চমুৱা সমবায় সমিতিৰ সংহত পামখন উদ্বোধন কৰে

বিত্তমন্ত্রী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ দ-চমুৱা সমবায় সমিতিৰ সংহত পামখন উদ্বোধন কৰে। প্রায় ৫০০ বিঘা মাটি আগুৰি থকা এই পামখন স্থানীয় বিধায়কগৰাকীৰ নেতৃত্বত গঢ় লৈ উঠিছে। এই পামখনত হাঁহ-কুকুৰা আৰু গাহৰি পালন তথা দুগ্ধ উৎপাদনৰ দৰে পদক্ষেপে প্রায় এশ লোকৰ বাবে জীৱিকাৰ পথ মুকলি কৰিছে।

November 16, 2025 7:38 PM November 16, 2025 7:38 PM

views 12

ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্রেই ৪ হাজাৰ নতুন পদ মুকলি হ’ব: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্রেই ৪ হাজাৰ নতুন পদ মুকলি হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমৰ জৰিয়তে এইকথা সদৰি কৰিছে। ৰাজ্যখনৰ ২ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক্ষ্য এই পদক্ষেপে ত্বৰান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ কয় যে বিজেপ...

November 16, 2025 7:31 PM November 16, 2025 7:31 PM

views 11

ৰাজ্যিক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশিৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে

ৰাজ্যিক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশিৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কৰ্মচাৰীসকলৰ মৰ্যাদা, নিৰাপত্তা তথা কল্যানৰ হকে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালবৰ্গ...

November 16, 2025 7:17 PM November 16, 2025 7:17 PM

views 8

স্বাধীনতা সংগ্ৰামী কৰতাৰ সিং সাৰাভাৰ মৃত্যু বার্ষিকী উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্বাধীনতা সংগ্ৰামী কৰতাৰ সিং সাৰাভাৰ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে কৰতাৰ সিং সাৰাভাই ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু ঘডৰ পাৰ্টিৰ জৰিয়তে তেওঁ বহিঃৰাজ্যৰ ভাৰতীয়সকলক দেশৰ স্বাধীনতাৰ বাবে...

November 16, 2025 6:52 PM November 16, 2025 6:52 PM

views 10

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত আজি দুপৰীয়া সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু হয়। কন্যাৰ জন্মদিন উদযাপনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হৈ দেৱ চৌধুৰী আৰু পম্পী কলিতাৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনাইছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে আঠখনকৈ অগ্নি নির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপন কৰে। ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।