আঞ্চলিক সংবাদ

August 24, 2024 12:04 PM

views 19

ধিঙত ছাত্রীক ধৰ্ষণৰ ঘটনাৰে জড়িত এজন অভিযুক্তৰ মৃত্যু

নগাঁও জিলাৰ ধিঙৰ এগৰাকী ছাত্রীক ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তৰ আজি পুৱতি নিশা মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নিৰ্যাতন হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তজনক নিয়া অৱস্থাত পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিয়াত তফজ্জুল ইছলাম নামৰ অভিযুক্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, নগা...

August 23, 2024 8:05 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জ জিলা পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে জিলা পুথিভড়ালত আয়োজিত এখন কার্যনির্বাহক সন্মিলনত অংশগ্ৰহণ কৰি বিগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ সফলতাৰ বাবে সকলো স্তৰৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। কৰিমগঞ্জ ভ্ৰমণৰ সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰ...

August 23, 2024 6:53 PM

views 25

নেলীত জগন্নাথ ৰাজহুৱা ভৱন, দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই মৰিগাওঁ জিলাৰ জাগীৰোডৰ নেলী গাওঁ পঞ্চায়তত গোপালকৃষ্ণ চাহ বাগিছাত আজি জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ...

August 23, 2024 7:21 PM

views 15

ধিঙত ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িতৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱ জিলাৰ ধিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত আন দুজনৰ খবৰ পোৱা গ...

August 23, 2024 1:06 PM

views 19

প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত সজাগতা সভা

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, যোৰহাটৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰুফটপ সৌৰ শক্তি স্থাপনৰ সৰহভাগ...

August 23, 2024 1:02 PM

views 30

ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পৰ্যায়ক্রমে গ্ৰন্থমেলাৰ আয়োজনৰ সিদ্ধান্ত

অসম প্ৰকাশন পৰিষদে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়নৰ বাবে উৎসাহিত কৰিবলৈ ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত পৰ্যায়ক্রমে গ্ৰন্থমেলাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলৰ...

August 23, 2024 12:17 PM

views 27

বৰাক উপত্যকাত মুখ্যমন্ত্রীৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকাত উপস্থিত হৈ শিলান্যাস, ভূমি পূজনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ লগতে ঢলাই সমষ্টিৰ অন্তৰ্গত বজালেঙাত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ লক্ষীপুৰৰ শিলঘাটত বৰাক নৈৰ ওপৰত প্রস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৮...

August 22, 2024 8:16 PM

views 21

জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে আৰু বন্দৰটোত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়নমূলক উদ্যমৰ পৰ্যালোচনা চলায়। শ্ৰী সোণোৱালে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক সন্তুলন ৰক্ষাৰ উদ্দেশ্যে তিনিটা ...

August 22, 2024 8:08 PM

views 28

ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটা পানামা গণ্যৰাজ্যত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পানামা গণ্যৰাজ্যত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ আটাইকেইখন দেশৰ ৰাষ্ট্রপ্রধান সকলক সাক্ষাৎ কৰাৰ লগতে দেশ কেইখনৰ কেইবাগৰাকী মন্ত্ৰীৰ সৈতে এলানী বৈঠকত মিলিত হয়। পানামাৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠক...

August 22, 2024 8:03 PM

views 24

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মাণিক সাহাৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ এন ডি আৰ এফ, নাও আৰ হেলিকপ্টাৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰাৰ লগতে প্রয়োজন সাপেক্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।