August 24, 2024 9:01 PM
24
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬টা গুৰুত্বপূৰ্ণ ভৱনৰ নেট জিৰ’ এনার্জী বিল্ডিং হিচাপে সফলতা অৰ্জন
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬টা গুৰুত্বপূৰ্ণ ভৱনে নেট জিৰ’ এনার্জী বিল্ডিং হিচাপে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনত শক্তি দক্ষতা ব্যুৰ’ৱে শূন্য কার্বন নির্গমণৰ সফলতা অৰ্জন কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ভৱনকেইটাক এই মৰ্যাদাপূর্ণ শূন্য লেবেল সন্মান প্ৰদান কৰি...