August 26, 2024 11:37 AM
19
শোণিতপুৰ জিলাৰ শিঙৰীত বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন
শোণিতপুৰ জিলাৰ শিঙৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ মেজৰ দুর্গা মল্লৰ স্মৃতিত হাম্ৰ' প্রজাশক্তিৰ উদ্যোগত কালি বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়। ইয়াৰ লগতে ঠেলামৰাৰ বাপুজী ভৱনত ভাৰতীয় গোৰ্খা পৰিসংঘ শোণিতপুৰ জিলা সমিতিৰ তথা তেজপুৰত গোৰ্খা সন্...