August 27, 2024 10:55 AM
36
অসম-মিজোৰামৰ আন্তঃৰাজ্যিক ৰে’ল যোগাযোগ তিনিদিনলৈ বন্ধ
অসম আৰু মিজোৰামৰ আন্তঃৰাজ্যিক ৰে'ল যোগাযোগ তিনিদিনলৈ বন্ধ থাকিব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেই প্ৰকাশ কৰিছে। হাইলাকান্দি জিলাৰ কিল্লাৰবাক অঞ্চলত হোৱা তীব্ৰ খহনীয়াৰ ফলত ৰে'লপথসমূহৰ মেৰামতিৰ প্ৰয়োজন হৈছে। উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই জনোৱা অনুসৰি ধলেশ্বৰ নৈৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ পাছত ৰে’লপথৰ মেৰ...