August 29, 2024 9:02 PM
38
ধেমাজিত ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৫ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী
ধেমাজি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৫ বিষয়ত বুথ পৰ্যায়ৰ বিষয়া, পর্যবেক্ষক তথা সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনৰ লগতে নিৰ্বাচনী দায়ি...