July 29, 2024 6:19 PM July 29, 2024 6:19 PM
12
আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত অস্থায়ী শিবিৰ মুকলি
আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নন্দিতা বৰুৱাই শিবিৰটো মুকলি কৰে। শিবিৰ মুকলি কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আয়ু...