September 1, 2024 9:20 PM
30
ৰাজ্যৰ ২৪খন পুৰণি জিলাৰ ভিতৰত গ্ৰুপ এত তৃতীয় কৃতী জিলা হিচাপে দৰং জিলাৰ স্থান লাভ
উৎকৃষ্ট সেৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা উল্লেখযোগ্য সাফল্যৰ বাবে দৰং জিলাই চলিত বছৰৰ জুলাই মাহত ৰাজ্যখনৰ ২৪খন পুৰণি জিলাৰ ভিতৰত গ্ৰুপ এত তৃতীয় কৃতী জিলা হিচাপে স্থান লাভ কৰিছে। অসম চৰকাৰে ৰাজ্যখনৰ নিৰ্ধাৰিত জনসংখ্যাৰ ২ শতাংশকৈও অধিক বসতি থকা জিলাসমূহৰ মাজৰ পৰা এই জিলাকেইখন বাছনি কৰিছে। এই শিতানত শিৱসাগ...