আঞ্চলিক সংবাদ

September 2, 2024 6:32 PM

views 14

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ-কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি মৰিগাওঁ...

September 2, 2024 6:30 PM

views 31

মাজুলীৰ বগৰীগুড়ি মিচিং গাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত

মাজুলীৰ জিলা মহিলা সৱলীকৰণৰ উদ্যোগত তথা জিলা আইনসেৱা প্ৰাধীনকৰণৰ উদ্যোগত বগৰীগুড়ি মিচিং গাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত ঘৰুৱা হিংসা প্ৰতিৰোধী আইন, কর্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নির্যাতন প্ৰতিৰোধী আইন, যৌতুক প্ৰতিৰোধী আইন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে বাল্য বিবা...

September 2, 2024 6:28 PM

views 28

লখিমপুৰ আৰু ঢকুৱাখনা জিলাৰ ন্যায়িক আদালত চৌহদত অহা ১৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত

লখিমপুৰ জিলাৰ ন্যায়িক আদালত চৌহদ আৰু ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদত অহা ১৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণ নিৰ্দেশনাত এই লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত ভূমি অধি...

September 2, 2024 6:16 PM

views 46

জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

বৰপেটা ৰোডৰ বাসিন্দা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি থকা দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। সুদীৰ্ঘ দিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত দাসে গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো দৈনিক বাতৰি কাকতৰ লগতে বৈদ্যুতিন মাধ্যমৰ সৈতেও জড়িত আছিল। তদুপৰি অসম ...

September 2, 2024 6:04 PM

views 26

খানাপাৰাত ২৩,৯৫৬ গৰাকী শিক্ষকক মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিযুক্তি অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। ত...

September 2, 2024 3:48 PM

views 34

পশ্চিম ইম্ফলত কুকি উগ্রপন্থীৰ আক্ৰমণত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত

মণিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্রপন্থীয়ে ড্রোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৌটুক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবালা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ ৮ বছৰীয়া কন্যা...

September 2, 2024 3:42 PM

views 27

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ’লঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ল। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ...

September 2, 2024 12:26 PM

views 32

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ২০২৪-২৫ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ

● গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আজি ২০২৪-২৫ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ অনুষ্ঠিত হ'ব। ১৯৪৮ চনত স্থাপিত এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনে নাকৰ এ প্লাছ স্বীকৃতি লাভ কৰিছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিশ্ববিদ্যালয়ে ভাৰতৰ ৰাজ্যিক বিশ্ববিদ্যালয...

September 2, 2024 12:01 PM

views 41

অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ

■ দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ-কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে এক পেৰ মা কে নাম শীৰ্ষক কার্যসূচী অ...

September 2, 2024 10:02 AM

views 18

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্রক্রিয়া সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে আজিৰ পৰা অহা ৮ ছেপ্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।