September 5, 2024 12:39 PM
27
ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন দুর্গাদাস উইকেইৰ
কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকেই আজি ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন কৰিব । দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বৈঠকত শ্রীউইকেই ...