August 6, 2024 1:19 PM August 6, 2024 1:19 PM
15
লোক কল্যাণ দিৱসত লোকসেৱা পুৰস্কাৰ আৰু কৰ্মশ্ৰী বঁটা প্ৰদান
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে এখন আধুনিক অসম নিৰ্মাণৰ বাবে কাম কৰিছিল। তেওঁ স্বাধীনতা আন্দোলন আৰু ইয়াৰ সমান্তৰালভাৱে গ্ৰুপিঙৰ পৰা অসমক ৰক্ষা কৰাত অসামান্য ভূমিকা গ্ৰহণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়ো...