আঞ্চলিক সংবাদ

September 9, 2024 8:04 PM

views 20

অহা ১৫ ছেপ্তেম্বৰত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেতবোৰ নিষেধাজ্ঞা জাৰি

অহা ১৫ ছেপ্তেম্বৰত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে, অসম আৰক্ষীয়ে আজি এই পৰীক্ষাক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত এজন লোকক...

September 9, 2024 8:01 PM

views 24

অহা ১৪ অক্টোবৰত ডিব্ৰুগড়ত অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত অনুষ্ঠিত কৰাৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে আজি জেৰাইৰ মিনি ষ্টেডিয়ামত দলৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া, ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰ...

September 9, 2024 7:05 PM

views 12

ট্রেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক ন্যায়িক জিম্মালৈ প্রেৰণ

ট্রেডিঙৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে। উল্লেখযোগ্য যে ট্রেডিঙৰ নামত অবৈধ কার্যকলাপ কৰাব অভিযোগত দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্রেপ্তাব কৰিছিল। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰ...

September 9, 2024 7:03 PM

views 26

ডিম্বেশ্বৰ শ‍ইকীয়ালৈ ২০২৩ৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা

মাজুলীৰ শ্রী শ্রী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, ২০২৩ৰ বাবে গোলাঘাট জিলাৰ ঢেকিয়ালৰ গৱেষক ডিম্বেশ্বৰ শ‍ইকীয়ালৈ আগবঢ়োৱা হৈছে। সত্ৰৰ সত্ৰাধিকাৰ ডº পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্রকাশ কৰে। ঢেকীয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিষয়ৰ শিক্ষক শ‍ইকীয...

September 9, 2024 7:02 PM

views 24

পলাশবাৰীত সৃষ্টি হোৱা কৃত্রিম বানৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দক্ষিণ কামৰূপ অঞ্চলৰ পলাশবাৰীত একাংশ উদ্যোগী আৰু ব্যৱসায়ীয়ে অবৈধভাৱে চলোৱা নিৰ্মাণ কাৰ্যৰ ফলত নলা-নৰ্দমা বন্ধ হৈ সৃষ্টি হোৱা কৃত্রিম বান সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে কৃত্রিম বানৰ ঘটনাৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি দিছে। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁ অঞ...

September 9, 2024 8:16 PM

views 22

ৰাজ্যত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে বিভিন্ন দিশ চালিজাৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি এখন বৈঠকত মিলিত হয়। এই পৰ্যায়ত ৩৭ লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত মাহিলী এহেজাৰ ২৫০ টকাকৈ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি বৈঠকত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পালন কৰি...

September 9, 2024 6:56 PM

views 11

গ্ৰামাঞ্চলৰ মহিলাসকলৰ চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত মৰিগাঁওত সজাগতা সভা

ৰাষ্ট্ৰীয় গ্রামীন বিকাশ নীধিৰ উদ্যোগত গ্ৰামাঞ্চলৰ মহিলাসকলক চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত সজাগ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। উন্নয়ন খণ্ডটোৰ বিভিন্ন গাঁৱৰ অসম ৰাজ্যিক গ্রামীন জীৱীকা অভিযানৰ সখীসকলে অংশ লোৱা এই সভাত নাৱাৰ্ড আৰু অন্য বেংকৰ উপ...

September 9, 2024 6:52 PM

views 29

ৰাজ্যৰ কেইবাটাও স্থানত জলসম্পদ বিভাগৰ জলাশয় উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত

ৰাজ্যখনত বান নিয়ন্ত্রনত সহায় হোৱাকৈ জলসম্পদ বিভাগে কেইবাটাও স্থানত জলাশয় উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৯টা স্থান বাছনি কৰি প্ৰাৰম্ভিক গৱেষণা আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ কাম অব্যাহত ৰখা হৈছে। আজি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিভাগীয় মুখ্য অভিযন্তা আৰু সকলো সংমণ্ডলৰ অভিযন্তাৰ...

September 9, 2024 5:44 PM

views 33

দেশত নতুনকৈ বলৱৎ হোৱা ৩ খন আইন সন্দৰ্ভত দক্ষিণ শালমৰাত সজাগতা সভা অনুষ্ঠিত

দেশত নতুনকৈ বলৱৎ হোৱা তিনিখন আইনৰ বিষয়ে সাংবাদিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ দক্ষিণ শালমৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত তিনিখন নতুন আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পর্কে বিশদভাৱে আলোচনা কৰা...

September 9, 2024 11:34 AM

views 42

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।