August 11, 2024 7:41 PM August 11, 2024 7:41 PM
8
ননৈ, কামপুৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৈঠক
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি ননৈ, কামপুৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠান কেইখনত ইতিবাচক শিক্ষণ পৰিৱেশ গঢ়িতোলাৰ উদ্দেশ্যে প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে অধ্যক্ষসকলৰ সৈতে আন্তঃগাঁ...