August 14, 2024 6:39 PM August 14, 2024 6:39 PM
15
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে ভাৰতীয় প্ৰতিনিধিৰ সৌহার্দ্যপূর্ণ আলোচনা
ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হয়। ভাৰত আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় মূল দুৱাৰৰ সন্মুখত দুয়োখন দেশৰ বিষয়ববীয়াসকলে ভাৰতীয় প্ৰতিনিধিক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। দুয়োখন দেশে পৰম্পৰা অনুসৰি পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰে। আনহাতে ...