আঞ্চলিক সংবাদ

September 12, 2024 10:14 AM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পা...

September 12, 2024 10:10 AM

views 26

ডিব্ৰুগড়ত বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ অধিসূচনাযোগে খচৰা

■ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি জিলাখনৰ বাবে বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত এখন অধিসূচনাযোগে খচৰা জিলা জৰীপ প্রতিবেদন প্ৰকাশ কৰিছে। বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিব্ৰুগড়ৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৱেবছাইটত এই খচৰ...

September 12, 2024 10:05 AM

views 21

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰা...

September 11, 2024 8:15 PM

views 30

আছুৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক ইনামুল হকৰ বিয়োগত সৰ্বানন্দ সোণোৱাল গভীৰ শোক প্রকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক আছুৰ প্ৰাক্তন সীমান্ত সমন্বয়ক তথা দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে। হকৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰী...

September 11, 2024 8:13 PM

views 26

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীৰ ৰতনপুৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মাজুলীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আজি অনুষ্ঠিত মুকলি সভাত ৰাজ্য চ...

September 11, 2024 8:10 PM

views 30

আই আই টি গুৱাহাটীৰ চৌহদত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাক প্ৰতিষ্ঠানটোৱে দুর্ভাগ্যজনক আখ্যা দি ছাত্রসমাজৰ উদ্বেগৰ প্ৰতি সহমর্মিতা প্রকাশ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান চৌহদত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাক প্ৰতিষ্ঠানটোৱে দুর্ভাগ্যজনক আখ্যা দি ছাত্রসমাজৰ উদ্বেগৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মংগল আৰু সকলোৰে বাবে নিৰাপদ পৰিৱেশ গঢ়ি তোলাটোৱেই অগ্ৰাধিকাৰৰ বিষয় বুলি প্রতিষ্ঠানখনে মত প্রকাশ কৰিছে। আই আই টি ...

September 11, 2024 8:08 PM

views 28

কাজিৰঙাত বন শ্বহীদ দিৱস অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজি বন শ্বহীদ দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী সুৰক্ষাত নিয়োজিত হৈ প্ৰাণ আহুতি দিয়া ৫৬ গৰাকী বন শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, বন...

September 11, 2024 8:07 PM

views 24

ট্রেডিঙত জড়িত লোকসকলক অসম চৰকাৰৰ ২০১৩ চনৰ আইনৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান দেৱব্ৰত শ‍ইকীয়াৰ

বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই অনলাইন ট্রেডিঙত জড়িত লোকসকলক অসম চৰকাৰৰ ২০১৩ চনৰ দা আছাম প্রটেকচন অব্ ইণ্টাৰেষ্ট অব্ ডিপ'জিটৰ আইনৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সমগ্র বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ তেওঁ সংবাদমেল যোগে ৰাজ্য চৰকাৰক আহ্বান জ...

September 11, 2024 8:05 PM

views 23

ইছৰ’ৰ সহযোগত SPACE ON WHEELS শীর্ষক অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ

অসম চৰকাৰে ইছৰ'ৰ সহযোগত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতবৰ্ষই মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্রহসমূহৰ বিষয়ে অৱগত কৰোৱাৰ লক্ষ্যৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। SPACE ON WHEELS শীর্ষক এই পদক্ষেপৰ বিশেষ বাহনখন আজি জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। জাগীৰোডৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বাহনখনত ...

September 11, 2024 8:04 PM

views 22

ৰাজ্য চৰকাৰৰ সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল কৰা হৈছে। সেই অনুসৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব তথা সঞ্চালক, ডº ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অতিৰিক্ত সঞ্চালক মিনাক্ষী দাস নাথক ৰাজহ আৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।