August 17, 2024 8:14 PM August 17, 2024 8:14 PM
12
যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন অজন্তা নেওগৰ
বিত্তমন্ত্রী অজন্তা নেওগে আজি যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন কৰে। অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী উপস্থিত থাকে। উল্লেখযোগ্য যে যোৰহাটৰ শতিকা প্রাচীন পুৰণি চ’ক বজাৰ প্রায় এবছৰ আগত অগ্নিকাণ্ডত জাহ গৈছিল। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী নেওগে আজি চ’ক বজাৰৰ পুনৰ নির্মাণ ১৮ মাহত সম্পূৰ্ণ...