আঞ্চলিক সংবাদ

August 18, 2024 12:12 PM August 18, 2024 12:12 PM

views 8

গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি ৰাজ্য চৰকাৰৰ নদী পর্যটনৰ অভিলাষী আঁচনি

অসমৰ নদী পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানী অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি নদী পর্যটন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। পর্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন সংবাদমেলত গুৱাহাটীৰ উমানন্দ, অশ্বক্লান্ত, কামাখ্যা মন্দিৰকে ধৰি আন তিনি তীর্থস্থানক সাম...

August 18, 2024 12:02 PM August 18, 2024 12:02 PM

views 10

যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে মৰিগাঁৱত মায়ং ইন্দ্রজাল যাদু মহোৎসৱ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মায়ং মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে মায়ং ইন্দ্রজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে আয়োজন কৰা এই যাদু মহোৎসৱ সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হ'ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃত...

August 18, 2024 11:59 AM August 18, 2024 11:59 AM

views 14

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ কৰা হৈছে। এই যোজনাৰ অধীনত অসমে এতিয়ালৈকে ২০ লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনকল্যাণক অগ্রাধিকাৰ দি এনে আঁচনিৰ জৰিয়তে ক্ষিপ্ৰ উন্নয়ন সম্ভৱ কৰি তোলাৰ বাবে প...

August 18, 2024 12:15 PM August 18, 2024 12:15 PM

views 32

ৰাজ্য চৰকাৰৰ ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত শ্রমিকলৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ কোনো শ্রমিকৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে তেনে শ্রমিকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নভুক্ত শ্রমিকৰ ২০২২ চনৰ ৩১ মার্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে ইয...

August 18, 2024 11:52 AM August 18, 2024 11:52 AM

views 9

৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে বিশেষ কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ আবে...

August 18, 2024 11:41 AM August 18, 2024 11:41 AM

views 18

পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় উত্তৰ, উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হোৱাৰ আৰু কাইলৈৰ ভিতৰত বাংলাদেশ আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ এলেকাসমূহত গভীৰ ন...

August 18, 2024 11:10 AM August 18, 2024 11:10 AM

views 11

অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি

NEET, JEE, CUET –কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে বিদ্যালয়সমূহৰ অধ্যক্ষ আ...

August 18, 2024 11:07 AM August 18, 2024 11:07 AM

views 12

ৰাজ্যৰ ১৯ খন জিলাৰ ১৬১ খন প্রাথমিক বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্যৰ ১৯ খন জিলাৰ ১৬১ খন প্রাথমিক বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষত ৰাজ্যৰ ৮,০৬৬ খন প্রাথমিক বিদ্যালয় আন বিদ্যালয়ৰ লগত চামিল কৰা হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ একত্ৰিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। এইবাৰ মাজুলী জিলাৰ...

August 17, 2024 8:21 PM August 17, 2024 8:21 PM

views 11

৩৪ খন নির্বাচিত চাহ বাগিচাক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ জয়ন্ত মল্লবৰুৱাৰ

অসম চাহ পর্যটন উন্নয়ন আঁচনি দ্বিতীয় পৰ্যায়ত আজি পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই ৩৪ খন নির্বাচিত চাহ বাগিচাক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে। অসমৰ চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত এই অনুমোদন পত্ৰ বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ পৰিকল্পনামৰ্মে আঁচনিৰ প্ৰথম...

August 17, 2024 8:17 PM August 17, 2024 8:17 PM

views 8

৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা আয়োজিত ৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি পৰিছে। পুৰুষ আৰু মহিলা দলীয় শাখাৰ লগতে একক শাখাতো এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। দক্ষিণ-পূব ৰে'লৱেৰ পুৰুষ আৰু মহিলা উভয় দলেই প্রতিযোগিতাত বিজয় হয়। ইপিনে মহিলাৰ একক দলত পশ্চি...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।