আঞ্চলিক সংবাদ

September 14, 2024 3:24 PM

views 27

বৰপেটাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনৰ উদযাপন সমিতিসমূহলৈ আহ্বান

বৰপেটা জিলাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনে উদযাপন সমিতিসমূহক আহ্বান জনাইছে। এই উদ্দেশ্যে জিলাখনৰ আটাইকেইখন পৌৰসভাৰ কাৰ্যবাহী বিষয়াই উদযাপন সমিতিসমূহৰ লগতে ৰাইজকো এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা, বটল আদি পূজাথলীত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে...

September 14, 2024 3:20 PM

views 14

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ’ব

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমো...

September 14, 2024 11:18 AM

views 28

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত

■ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্...

September 14, 2024 11:15 AM

views 27

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতা পদৰ বাবে ভিন্ন জিলাৰ পৰা আবেদন বিচৰা হৈছে

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ ...

September 14, 2024 11:11 AM

views 39

আজি নিশা ৮.২ বজাত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰ...

September 14, 2024 11:07 AM

views 14

ঢেকীয়াজুলিত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা তথ্যচিত্র উন্মোচন

■ ধ্বনি লোককৃষ্টি সমাজৰ উদ্যোগত কালি ঢেকীয়াজুলি নগৰৰ বিহু ভৱনত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা এখন তথ্যচিত্র উন্মোচন কৰা হয়। তথ্যচিত্ৰখনৰ জৰিয়তে দেশ আৰু ঢেকিয়াজুলিৰ প্ৰতি স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক নেতা অমিয় কুমাৰ দাসৰ অৱদানৰ বিবৰণ দাঙি ধৰা হৈছে । উন্মোচনী অনুষ্ঠানত মুখ্য অ...

September 14, 2024 11:00 AM

views 42

আজি চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ কৰম পৰৱ

■ ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি কৃষিভিত্তিক উৎসৱ কৰম পৰৱ পালন কৰিব। এই উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পৰৱে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু আনন্দৰে পৰিপূৰ্ণ কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰকৃতিৰ সৈতে নিবিড় সম্পর্ক থকা এই উৎসৱত চাহ জনগোষ্ঠীৰ লোকসকলে ...

September 14, 2024 10:52 AM

views 32

কাইলৈ সমগ্ৰ ৰাজ্যতে ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

■ ৰাজ্য চৰকাৰে কাইলৈ সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ ৭ হাজাৰ ৬০০টা পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ একে সময়তে ১১ ল...

September 14, 2024 10:43 AM

views 33

ফ্ৰান্সৰ প্ৰযুক্তি কোম্পানী দাছল্টেৰ অসমত ২০০ কোটি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ

● ফ্ৰান্সৰ প্ৰযুক্তি কোম্পানী দাছল্টে অসমত ২০০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ প্রযুক্তি আৰু উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত কোম্পানীটোৱে এই ধনৰাশি বিনিয়োগ কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এই প্ৰকল্পত ৰাজ্য চৰকাৰে ৪০ কোটি টকা বৰঙণি আগবঢ়াব। অসম অভিযা...

September 14, 2024 10:38 AM

views 34

ট্রেডিং কেলেংকাৰী সংক্ৰান্তত সকলো গোচৰৰ তদন্ত চি বি আইক অৰ্পণৰ সিদ্ধান্ত অসম মন্ত্ৰীসভাৰ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।