আঞ্চলিক সংবাদ

September 14, 2024 8:17 PM

views 37

অহা ১৯ চেপ্তেম্বৰত অৰুণোদয় আঁচনিৰ অধীনত ১৭ লাখ হিতাধিকাৰীলৈ ৰেচন কাৰ্ড প্ৰদান

অসম চৰকাৰে অহা ১৯ চেপ্তেম্বৰত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰীক সামৰি ল'ব। তদুপৰি একেদিনাই ১৭ লাখ হিতাধিকাৰীলৈ নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি তৃতীয় পৰ্যায়ৰ অৰুণোদয় আৰু ৰাষ্ট্ৰীয়...

September 14, 2024 8:12 PM

views 15

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ দেহাৱসান

নাহৰকটিয়াৰ কলিয়াপানী, ২ নম্বৰ বৰবামগাওঁ নিৱাসী আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। ভাৰতীয় দলৰ হৈ খেলা ফুটবলাৰ গৰাকী ক্রীড়াপ্ৰেমী ৰাইজে অসমৰ মাৰাদনা হিচাপে অভিহিত কৰিছিল। আজি অসম অলিম্পিক সন্থাই এখন শোকসভাৰ...

September 14, 2024 7:02 PM

views 20

অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্ত গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগ...

September 14, 2024 7:00 PM

views 21

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা অনুমোদন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমো...

September 14, 2024 6:55 PM

views 16

সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ বৰপেটা জিলা প্রশাসনৰ উদযাপন সমিতিসমূহক আহ্বান

বৰপেটা জিলাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনে উদযাপন সমিতিসমূহক আহ্বান জনাইছে। এই উদ্দেশ্যে জিলাখনৰ আটাইকেইখন পৌৰসভাৰ কাৰ্যবাহী বিষয়াই উদযাপন সমিতিসমূহৰ লগতে ৰাইজকো এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা, বটল আদি পূজাথলীত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে...

September 14, 2024 6:49 PM

views 19

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সমূহ ১৬ ছেপ্তেম্বৰৰ পৰা প্ৰদান

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদ আৰু মেট্ৰিক পৰ্যায়ৰ চালকৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ অহা ১৬ ছেপ্তেম্বৰৰ পৰা প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত আয়োগে প্ৰকাশ কৰা এখন জাননী অনুযায়ী ১৬ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ পৰা ...

September 14, 2024 6:46 PM

views 14

বিশ্ব পৰ্যটন দিৱস উপলক্ষে কালচাৰ এণ্ড হেৰিটেজ শীৰ্ষক অনলাইন ফটোগ্রাফী প্রতিযোগিতা

বিশ্ব পৰ্যটন দিৱস উপলক্ষে ৰাজ্যৰ পৰ্যটন সঞ্চালকালয়ে কালচাৰ এণ্ড হেৰিটেজ শীৰ্ষক এটা অনলাইন ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন কৰিছে। ৰাজ্যখনৰ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ আলোকচিত্র এই প্রতিযোগিতালৈ প্ৰেৰণৰ বাবে আহ্বান জনোৱা হৈছে। প্ৰতিগৰাকী প্ৰতিযোগীয়ে কমেও ১০ খন নিজে তোলা আলোকচিত্ৰ পঠিয়াব...

September 14, 2024 8:14 PM

views 11

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন জিলাত লোক আদালত অনুষ্ঠিত

দেশৰ অন্যান্য ঠাইৰ লগতে আজি ৰাজ্যৰ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে লোক আদালত অনুষ্ঠিত হয়। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগত আজি জিলাখনৰ কেইবাখনো আদালতত লোক আদালত কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মাজুলী জিলা মুখ্য ন্যায়িক ...

September 14, 2024 6:41 PM

views 19

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত কামাখ্যা প্রসাদ তাছাৰ মাতৃবন উদ্বোধন

সাংসদ কামাখ্যা প্রসাদ তাছাই আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত এখন মাতৃবন উদ্বোধন কৰে। যোৱা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা মাতৃ নামত এজোপা গছ অভিযানৰ অংশ হিচাপে বৰ্ষাৰণ্য প্রতিষ্ঠানটোৱে এই মাতৃবনখন তৈয়াৰ কৰি উলিয়াইছে। মুঠ ১২৫০ বর্গমিটাৰ মাটিক...

September 14, 2024 8:16 PM

views 24

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা বন্ধ

কাইলৈ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি যোৰহাট জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে নিয়োজিত পর্যবেক্ষকে আজি জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।