November 19, 2025 6:42 PM November 19, 2025 6:42 PM
62
ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ
অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয়, যে দীর্ঘকালৰ বাবে বসবাস কৰ...