September 16, 2024 11:59 AM
17
লখিমপুৰৰ লালুকত খাদ্যত বিষক্ৰিয়া হৈ ৪৮গৰাকী লোক চিকিৎসাধীন
লখিমপুৰ জিলাৰ লালুকত খাদ্যত বিষক্ৰিয়া হৈ মুঠ ৪৮ গৰাকী লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াৰে ১৫ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ সন্দৰ্ভত লালুক আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ভাৰতী বৰা আৰু স্থানীয় লোকে জনোৱা মতে লালুক থানাৰ অন্তৰ্গত পূব লালুক পু...