August 21, 2024 6:56 PM August 21, 2024 6:56 PM
11
দেশজুৰি অহা ২৩ আগষ্টত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ব ‘ৰাষ্ট্রীয় মহাকাশ দিৱস’
অহা ২৩ আগষ্টত দেশজুৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্রীয় মহাকাশ দিৱস উদযাপন কৰা হ'ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠক স্পর্শ কৰাৰ লগতে জীৱনকো স্পর্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণৰ ফলত সমাজ আৰু প্ৰযুক্তিৰ ওপৰত পৰা গভীৰ প্রভাৱক উজলাই তুলিছে। ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মু...