আঞ্চলিক সংবাদ

September 18, 2024 12:31 PM

views 20

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এলেকা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হয়। এই অনুসৰি আজিৰে পৰা অহা ২০ ছেপ্তেম্বৰলৈকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যক্তিগত তথা ৰাজহুৱা দল সংগঠনৰ খচৰা সম্পৰ্কীয় আবেদন গ্ৰহণ কৰা হ'ব। কাইলৈ ৰাজনৈতিক...

September 18, 2024 12:17 PM

views 36

চিৰাং জিলালৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি-ইউপিপিএলৰ যুটীয়া সভাৰ আয়োজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলা ভ্ৰমণ কৰিব। জিলাখনৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্রীয়ে শোধনাগাৰ সামূহিক ভৱনত অনুষ্ঠিত হ'বলগীয়া বিজেপি আৰু ইউপিপিএলৰ যুটীয়া সভাত অংশগ্ৰহণ কৰিব। সভাত বিশেষকৈ সমাগত বিধানসভা উপনির্বাচনৰ বাবে চিৰাং জিলাৰ ছিদলী বিধানসভা সম...

September 18, 2024 12:15 PM

views 19

দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ, আকাশবাণী গুৱাহাটীতো চাফাই কাৰ্যসূচী

সমগ্ৰ দেশতে স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। আকাশবাণী গুৱাহাটীয়েও স্বচ্ছতা সেৱা অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা...

September 18, 2024 12:13 PM

views 15

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথেৰে যাতায়াত ব্যাহত

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথসমূহেৰে যাতায়াত ব্যৱস্থা অতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। পাহাৰীয়া ৰাজ্যখনলৈ অত্যাৱশ্যকীয় খাদ্যসামগ্রী, ইন্ধন আদি সৰবৰাহৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা মাহত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ২১ আগষ্টৰ প...

September 18, 2024 12:12 PM

views 17

অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত ত্ৰুটি উলিয়াবলৈ একাংশ লোক ব্যস্তঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম প্রত্যক্ষ নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে একাংশ লোকে ভিত্তিহীনভাৱে এই পৰীক্ষাত ত্রুটি উলিয়াবলৈ ব্যস্ত হৈ থকা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে উৎসর্গিকৃত মনোভাৱেৰে এই কাম সম্পন্ন কৰ...

September 18, 2024 12:10 PM

views 18

এপিএছচিৰ অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাৰ ভিত্তিত ২৩জন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতৰ অভিযোগ গ্ৰহণ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত কালি বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে। আদালতে অভিযোগনামাত নাম অন্তর্ভুক্ত নোহোৱা ৯ জন বিষয়াৰ বিৰুদ্ধেও নিজাববীয়াকৈ অভিযোগ গ্রহণ কৰিছে। উল্লেখযোগ্য যে লোকসেৱা আয়ো...

September 18, 2024 12:07 PM

views 18

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ চলাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কার্য চলাব পৰা নাযাব বুলি এটা অন্তৰ্ৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থান...

September 18, 2024 12:03 PM

views 10

লখিমপুৰত কাইলৈ অৰুণোদয় আৰু এনএফএছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ উদ্বোধনী অনুষ্ঠান

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ অধীনৰ হিতাধিকাৰীসকলৰ নতুনকৈ ৰেচন কার্ড লাভ কৰা কার্যসূচী সম্বন্ধে এখন সংবাদমেল আয়োজন কৰে। কাইলৈ দিনৰ ১১ বজাত কেন্দ্রীয়ভাৱে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ হিতাধিকাৰীয়ে লাভ ...

September 18, 2024 12:00 PM

views 12

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত ভিন্ন কার্যসূচী ৰূপায়ণ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালি দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো ভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ অংশ হিচাপে মৰিগাঁও জিলাৰ জাগীৰোডৰ ধৰমতুলত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হয়। কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত ধৰমতুলৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষ...

September 17, 2024 7:56 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি  অসমৰ ১,০৩,৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি অসমৰ ১ লাখ ৩ হাজাৰ ৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ অংশ হিচাপে মন্ত্রী বিমল বৰাই আজি টিংখাং সমষ্টিৰ ৰাজগড় গাঁও পঞ্চায়তত নৱনিৰ্মিত গৃহপ্ৰৱেশ অনুষ্ঠানত উপস্থিত থাকে। একেদৰে মন্ত্ৰী কেশৱ মহন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।